Chapter-11

অনুশীলনী -১১

১।  খালী ঠাই পূৰ কৰাঃ

 ক) ১ টকা                              

 =_____পইচা

খ) ৩ টকা                               

=______পইচা

গ) ২ টকা ৫০ পইচা               

=______পইচা

ঘ) ৪০০ পইচা                         

=______টকা

ঙ) ৬৫০ পইচা                      

=_______টকা

চ) ৭৭৫ পইচা                         

=_______টকা

২।  নোটবোৰ চাই হিচাপ কৰি খালী ঠাইত উত্তৰ লিখা

ক) ১০ খন টকা

খ) ৫ খন =  টকা

গ) ৮ খন =  টকা

 ঘ) ৬ খন=  টকা

ঙ) ১২ খন =  টকা

চ) ৬ খন =  টকা

ছ) ২ খন=  টকা


৩।   পইচাবোৰ চাই হিচাপ কৰি খালী ঠাইত উত্তৰ লিখা

ক) ৪ টা     = টকা

খ) ৬ টা = টকা

গ) ১৫ টা  = টকা

ঘ) ১২ টা = টকা  

৪। লুনাৰ হাতত তলত উল্লেখ কৰা ধৰণে নোট আছে। লুনাৰ হাতত মুঠতে কিমান টকা           আছে নিৰ্ণয় কৰা।

নোট

নোটৰ পৰিমাণ

টকাৰ পৰিমাণ (টকা)

৫০০ টকা

২০০ টকা

১০০ টকা

৫০ টকা

২০ টকা

১০ টকা

২ খন

৪ খন

৬ খন

৮ খন

৬ খন

১৫ খন

৫০০   =

২০০  =

১০০  =

৫০ =

২০  

১০  ১৫ =

 

মুঠ

 

           

৫।       জিতুয়ে ৫০০ টকা লৈ মাকৰ লগত বজাৰলৈ গল। 

কিনিবলগীয়া সামগ্ৰীৰ তালিকাখন        দোকানীয়ে দিলে আৰু 

দোকানীয়ে তলত দিয়া ধৰণে তালিকাখন বনালে।

ভাই ভাই ষ্টোৰচ

বেতকুছি, কামৰূপ (ম) অসম

                                                                        তাৰিখ..............

সামগ্ৰীৰ নাম

পৰিমাণ

প্ৰতি কিলোগ্ৰামত (টকা)

মূল্য় (টকা)

চাউল

দাইল

চেণী

চাহপাত

আটা

বুট

চিৰা

৪ কি.গ্ৰা.

১ কি.গ্ৰা. ৫০০ গ্ৰা.

২ কি.গ্ৰা.

২৫০ গ্ৰাম

১ কি.গ্ৰা. ৫০০ গ্ৰা.

৫০০ গ্ৰাম

৫০০ গ্ৰাম

৩২.০০

৬০.০০

৩৫.০০

২৪০.০০

২৬.০০

৭০.০০

৩৬.০০

 

 

            ক) বিল খন সম্পূৰ্ণ কৰা

            খ) মুঠ খৰচ নিৰ্ণয় কৰা ৷

            গ) ৰিতুয়ে দোকানীক ৫০০ টকীয়া নোট এখন দিলে। দোকানীয়ে কিমান টকা ঘূৰাই দিব?

            ঘ) দোকানীয়ে ৰিতুক কি কি নোট ঘূৰাই দিব পাৰে। (উত্তৰ একাধিক হ’ব

৬।       নিভাই ককাকৰ লগত বজাৰলৈ গ'ল। বজাৰৰ পৰা প্ৰতি কিলোগ্রামত ২৪০ টকা দৰত ১ কিলোগ্রাম ওজনৰ মাছ এটা কিনিলে। প্ৰতি ডজনত ৭০ টকা দৰত আধা ওজন কমলা কিনিলে। প্রতি লিটাৰত ৫০ টকা দৰত ৫০০ মিলিলিটাৰ গাখীৰ কিনিলে আৰু প্ৰতি মিটাৰত ২০০ টকা দৰত ১ মিটাৰ পৰ্দাৰ কাপোৰ কিনিলে । মুঠতে কিমান খৰচ হ’ল ?

৭।        জয়শ্ৰীয়ে আইতাকৰ লগত ৰবিবৰীয়া বজাৰলৈ গ'ল৷ দেউতাকে আইতাকৰ হাতত দুখন    এশ টকীয়া নোট, তিনিখন পঞ্চাশ টকীয়া নোট, চাৰিখন দহ টকীয়া নোট দিলে।            বজাৰলৈ গৈ প্ৰতি কিলোগ্ৰামত ৩০ টকা দৰত এক কেজি জিকা, প্রতি কিলোগ্ৰামত ৩০ টকা দৰত আধা কেজি কচু, প্রতি কিলোগ্ৰামত ৪০ টকা দৰত ৫০০ গ্রাম পটল, প্রতি    কিলোগ্ৰামত ৪০ টকা দৰত আধা কেজি ভাত কেৰেলা, প্রতি কিলোগ্ৰামত ১০০ টকা     দৰত আধা কেজি আদা আৰু প্ৰতি কিলোগ্ৰামত ১২০ টকা দৰত ২৫০ গ্ৰাম নহৰু কিনিলে। মুঠতে কিমান টকা খৰচ হ’ল? খৰচ হোৱাৰ পিছত কিমান টকা ঘৰলৈ ঘূৰি আহিল?


Type Bikash Bora