Chapter 15 

অনুশীলনী-১৫

১।        এখন চিৰিয়াখানাত থকা অন্য়ান্য় জীৱ-জন্তুৰ লগতে থকা কেইবিধমান জীৱ-জন্তুৰ সংখ্য়া তলত দিয়া হ

জীৱ-জন্তুৰ নাম

সংখ্য়া

বাঘ

হাতী

গঁড়

বান্দৰ

১২

জিৰাফ

            ওপৰৰ তথ্য়ৰ ভিত্তিত দণ্ড চিত্ৰ অংকন কৰা।

২।        এটা শ্ৰেণীত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ কিমানজনে আটাইতকৈ কি বিষয় ভাল পায় তাৰ সংখ্য়া তলত দিয়া হ

কি বিষয় ভাল পায়

কিমানে ভাল পায়

অসমীয়া

গণিত

নীতি শিক্ষা

হিন্দী

সংস্কৃত

ইংৰাজী

১০

১১

            এইখিনি তথ্য়ৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।

৩।       এখন নিকেনতৰ এটা শ্ৰেণীৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি খেল ভাল পায় তলত উল্লেখ কৰা হল (ফুটবলৰ বাবে F, ক্ৰিকেটৰ বাবে C, বেদমিণ্টনৰ বাবে B, ভলীবলৰ বাবে V, টেবুল চেনিছৰ বাবে T)

F B T V F F C

C F C C V V T

F C T T C C V

C V F B F T F

B T B C T B F

            ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তিত দাগহ্ন তালিকা প্ৰস্তুত কৰা।

            খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।

৪।        এখন নিকেতনৰ এটা শ্ৰেণীৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি ৰং ভাল পায় তলত উল্লেখ কৰা হল। (ৰঙাৰ বাবে R, নীলাৰ বাবে B, হালধীয়াৰ বাবে Y, কমলাৰ বাবে O, সেউজীয়াৰ বাবে G)

B R B Y O O G R

G O R Y O R B G

Y B O G B O R B

B Y B B R O B Y

R R B Y B Y O R

            ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তি দাগচিহ্ন তালিকা প্ৰস্তুত কৰা।

            খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।



Type Bikash Bora