অধ্য়য়-২

অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব

১। ভাষা কিছুমান বাক্য়ৰ কি?

উত্তৰঃ সমষ্টি। 

২। সমস্ত কথাৰ আলোচনা কি কৰা হয়?

উত্তৰঃ সন্নিৱিষ্ট কৰা হয়। 

৩। শুহি নিও ধ্বনিৰ সৃষ্টি কৰা কি ভাষা আছে?

উত্তৰঃ দুই-এটা ভাষা আছে। 

৪। বিভাজ্য় ধ্বনিৰ ভিতৰত স্বৰধনি আৰু কি ধৰা হয়?

উত্তৰঃ ব্য়ঞ্জন ধ্বনিক ধৰা হয়। 

৫। স্বৰ ধ্বনিবোৰৰ উচ্চাৰণ প্ৰবাহত কি নাথাকে?

উত্তৰঃ বাধা নাথাকে। 

৬। ড° বাণীকান্ত কাকতিৰ মতে বিশিষ্ট স্বৰধ্বনি কেইটা?

উত্তৰঃ সাতটা। 

৭। 'ৱ' আৰু 'য়' ধ্বনি দুয়োটাক বিশিষ্ট ধ্বনিৰ মৰ্যদা কি কৰিছে?

উত্তৰঃ প্ৰদান কৰিছে। 

৮। মানুহে শব্দ বা বাক্য়ৰ জৰিয়তে মনৰ কি প্ৰকাশ কৰে?

উত্তৰঃ মনৰ ভাৱ প্ৰকাশ কৰে।

৯। বাক্য়ৰ সকলোবোৰ শব্দত কি জোৰ নপৰে?

উত্তৰঃ সমানে জোৰ নপৰে। 

১০। আপেক্ষিক জোৰৰ নামেই কি বুলি কোৱা হয়? 

উত্তৰঃ শ্বাসাঘা ৩ বুলি কোৱা হয়। 

১২। অসমীয়া ভাষাৰ এটা প্ৰধান উপভাষা কি?

উত্তৰঃ কামৰূপী উপভাষা। 

১৩। শ্বাসাঘাত মানে কি?

উত্তৰঃ বহিগামী বায়ুৰ মাত্ৰাধিক্য়। 

১৪। শ্বাসাঘাতহীন ধ্বনি কি ভাৱে দুৰ্বল?

উত্তৰঃ আপেক্ষিকভাৱে দুৰ্বল। 

১৫। ধ্বনিৰ ওপৰত শ্বাসাঘাতৰ প্ৰভাৱ এটা কি দিশ?

উত্তৰঃগুৰুত্বপূৰ্ণ দিশ। 

১৬। পৃথিৱীৰ ভাষাভেদে সন্ধিৰ কি বেলেগ বেলেগ হয়?

উত্তৰঃ নিয়মো বেলেগ বেলেগ হয়। 

১৭। সংযোগক মুক্ত সন্ধি বা কি সন্ধি বুলি কোৱা হয়?

উত্তৰঃ বহিঃ সন্ধি বুলি কোৱা হয়। 

১৮। আভ্য়ন্তৰীণ সন্ধি আৰু মুক্ত সন্ধিৰ মাজত কি আছে?

উত্তৰঃ বিৰোধ আছে। 

১৯। ইংৰাজী ভাষাৰ সন্ধিৰ নিয়ম অন্য় ভাষাত কি নহয়?

উত্তৰঃ প্ৰযোজ্য় নহয়। 

২০। সংগীতিক লহৰৰ সৃষ্টি হয় তাৰ নামেই কি?

উত্তৰঃ সুৰ।  



Type Bikash Bora 



Post ID : DABP004057