Chapter 3 

অনুশীলনী-৩ (ক) 

১। খালী ঠাই পূৰ কৰাঃ

ক) ৮×৬  = ⬜

খ) ৯×৭    =⬜

গ) ৪×১৫ =⬜

ঘ) ৮×১০ = ⬜

ঙ) ৭×১১  =⬜

চ) ১৫×১ =⬜

ছ) ৮×৮  =⬜

জ) ১০×১০=⬜

ঝ) ৭×১৫  =⬜

ঞ) ২০×২০=

২। খৰকৈ পূৰণ কৰাঃ

ক) ২০×৩০        =

খ) ৫০×৬০       =

গ) ৪০×৩০০     =

ঘ) ৬০০×২০     =

ঙ) ৩০০×২০০   =

চ) ২০০×৮০০   =

ছ) ৩০০×৩০      =

জ) ২০০×১০০     =

ঝ) ৪০×৪০০       =

ঞ) ৬০×৩০০      =

৩। বাওঁফালৰ পূৰণফলৰ লগত সোঁফালৰ পূৰণফল মিলোৱাঃ

৪×৯ ৬×২০

৮×১০ ৩০×১০

১২×১০ ৬০×১০০০

১০০×৩ ৫০×৩০০০

২০০×৩০০ ৬×৬

৩০০×৫০০ ১৬×৫

৪। পূৰণফল উলিওৱাঃ

ক) ৪×৭×৬×৫

খ) ৩×৩×২×৫

গ) ৭×৫×৬×৪

ঘ) ৫×৬×৪×৩

৫। পূৰণফল উলিওৱাঃ

ক) ৩৬০ খ) ৪৭৩ গ) ৩৭১

     × ৭৫                          × ৮৫          × ২৭৪ 

ঘ) ৫৭৪ ঙ) ৮০৯ চ) ৩০২৪

         × ৪৩২  × ৭০৪           × ৮৯৪  

ছ) ৬৭৩৪ জ) ৭৬৩১

         × ৫৪৮              × ২২২ 

৬। পূৰণফল উলিওৱাঃ (তলত দেখুওৱা উদাহৰণ নিয়মত কৰিবা)

উদাহৰণঃ ১৬×৯৯

=১৬×(১০০-১)

=১৬×১০০-১৬×১

=১৬০০-১৬

=১৫৮৪

ক) ২৩×৯৯

খ) ২৭×৯৯

গ) ৪৫×৯৯

ঘ) ৬৭×৯৯৯

ঙ) ৪৮×৯৯৯

৭। আৰ্হি চাই খালী ঠাই পূৰ কৰাঃ

ক) ৩৭×৩=১১১

৩৭×৬=২২২

৩৭×৯=

৩৭×১২=

৩৭×১৫=

৩৭×১৮=

৩৭×২১=৭৭৭

৩৭×২৪=

৩৭×২৭=

খ) ১ × ৩৩ × ৩৩৬৭ = ১১১১১১

২ × ৩৩ × ৩৩৬৭ = ২২২২২২

৩ × ৩৩ × ৩৩৬৭ =

৪ × ৩৩ × ৩৩৬৭ =

৫ × ৩৩ × ৩৩৬৭ =

৬ × ৩৩ × ৩৩৬৭ = ৬৬৬৬৬৬

৭ × ৩৩ × ৩৩৬৭ =

গ) ৯৯ × ১১ = ১০৮৯

৯৯ × ১২ = ১১৮৮

৯৯ × ১৩ = ১২৮৭

৯৯ × ১৪  =

৯৯ × ১৫  =

৯৯ × ১৬ = 

৯৯ × ১৭=

৯৯ × ১৮ =

৯৯ × ১৯ =

৯৯ × ২০ = ১৯৮০

ঘ) ৪৪ × ৯ = ৩৯৬

৪৪৪ × ৯ = ৩৯৯৬

৪৪৪৪ × ৯ =

৪৪৪৪৪ × ৯ =

৪৪৪৪৪৪ × ৯ =

অনুশীলনী-৩ (খ)

১। এখন কিতাপৰ দাম 270 টকা। তেনেকুৱা ৮০ খন কিতাপৰ দাম কিমান হ’ব?

২। এখন কেম বোর্ডব দাম ৮৫০ টকা হ'লে ১৬খন কেবন বোর্ডব দাম নির্ণয় কৰা।

৩। কবীহঁতৰ নিকেতনৰ মাহিলী শুল্ক ৬৫০ টকা। এবছৰ শুল্ক কিমান হ’ব?

৪। চাউলৰ বস্তা এটাৰ ওজন ২৫ কি.গ্রাম। তেনেকুৱা ১০০ টা চাউলৰ বক্তাৰ ওজন কিমান হ’ব? ৫। এটা পানীৰ টেংকিত ৭৫০ লিটাৰ পানী ধৰে। তেনেকুৱা ২৬ টা টেংকিত কিমান লিটাৰ পানী ধৰিব।

৬। এটা চাৰ্টৰ দাম ১০৫০ টকা। এজন দোকানীয়ে ৪৫ টা চার্ট কিনিলে। ৪৫টা চাৰ্টৰ মুঠ দাম কিমান?

৭। এখন চাহ বাগিছাত ২০৮ শাৰী চাহ গছ আছে। প্ৰতিটো শাৰীত ১২০ জোপা চাহ গছ আছে। বাগিছাখনত মুঠতে কিমান জোপা চাহ গছ আছে?

৮। বিস্কুটৰ পেকেট এটাত ২৫ খনকৈ বিস্কুট আছে। এটা কার্টুনত ৩০ পেকেট বিস্কুট থাকে। ১৫টা কার্টুনত মুঠতে কিমান বিস্কুট থাকিব?

৯। এখন বহীৰ দাম ৩৫ টকা। ১০ খন বহীৰ দাম কিমান হ’ব?

১০। এজন কৰ্মচাৰীৰ দৈনিক আয় ৫৫০ টকা। কৰ্মচাৰীজনৰ মাহিলী আয় কিমান হ’ব? (এমাহ = ৩০ দিন)




Type Bikash Bora 



Post ID : DABP004108