অধ্য়য়-৪

অসমীয়া ভাষাৰ বাক্য়তত্ত্ৱ

১। বাক্য়ৰ ভাষাৰ এক বৃহত্তম কি?

উত্তৰঃ একক। 

২। ভাষা অনুসৰি বাক্য় গঠনৰ কি বেলেগ বেলেগ?

উত্তৰঃ প্ৰক্ৰিয়া বেলেগ বেলেগ। 

৩।   অংশৰ অধীন হৈ থাকে তাকে মিশ্ৰ বা কি বোলে?

উত্তৰঃ সংযুক্ত বোলে। 

৪। মিশ্ৰ বাক্য়ত প্ৰধান বা মূল উপবাক্য় আৰু কি থাকিব পাৰে?

উত্তৰঃ খণ্ডবাক্য়ও থাকিব পাৰে। 

৫। বাক্য়ত ব্য়ৱহাৰ হোৱা পদৰ অৰ্থৰ লগত কি ৰক্ষা কৰাটোৱে যোগ্য়তা?

উত্তৰঃ সংগতি ৰক্ষা কৰাটোৱে যোগ্য়তা। 

৬। বাক্য়টোৰ এটা ক্ৰম কি হৈছে?

উত্তৰঃ সন্নিৱিষ্ট হৈছে। 

৭। সংগতিবিহীন পদৰ সমষ্টিয়ে অৰ্থপূৰ্ণ বাক্য় হোৱাৰ যোগ্য়তা কি কৰিব নোৱাৰে?

উত্তৰঃ লাভ কৰিব নোৱাৰে। 

৮। পদবোৰ পাৰস্পৰিক সম্পৰ্ক থাকিলেই নহ'ব অৰ্থৰো কি থাকিব লাগিব?

উত্তৰঃ সম্পৰ্ক থাকিব লাগিব। 

৯। সম্পৰ্ক আৰু অৰ্থৰ সম্পৰ্কও কি হৈছে?

উত্তৰঃ ৰক্ষিত হৈছে। 

১০। শ্বাসাঘাতৰ ফলত বাক্য়কেইটাৰ অৰ্থৰ কি হয়?

উত্তৰঃ পৰিৱৰ্তন হয়। 

১১। আন্তঃকেন্দ্ৰিক গঠনৰ অধীনস্থ উপাদানসমূহৰ কি সমান?

উত্তৰঃ গুৰুত্ৱ সমান। 

১২। ৰাম আৰু লক্ষ্মণ কি প্ৰতীক?

উত্তৰঃ আদৰ্শৰ প্ৰতিক। 

১৩। বাক্য় গঠনৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন এটা কি প্ৰক্ৰিয়া?

উত্তৰঃ উল্লেখযোগ্য় প্ৰক্ৰিয়া। 

১৪।  সংযোগৰ জৰিয়তে বাক্য়ক চুটি কৰি কি কৰিব পাৰি?

উত্তৰঃ ব্য়ৱহাৰ কৰিব পাৰি। 

১৫। বিশ্লষণ কৰাই হৈছে বৰ্ণামূলক ভাষা কি মূল লক্ষ্য়?

উত্তৰঃ বিজ্ঞানৰ মূল লক্ষ্য়। 

 ১৬। গঠনৰ ফালৰ পৰা বাক্য়ক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ তিনিটা ভাগত ভাগ কৰিব পাৰি। 

১৭।প্ৰতিষ্ঠাপন ব্য়ৱস্থাত ব্য়ৱহাৰ কৰা পদক কি বুলি কোৱা হয়?

উত্তৰঃ প্ৰতিৰূপ বুলি কোৱা হয়। 

১৮। 'চিয়াহী থকা' এই শব্দ দুটাক কি বুলিব পাৰি?

উত্তৰঃ খণ্ডবাক্য় বুলিব পাৰি। 

১৯। খণ্ডবাক্য় ব্য়ৱহাৰ হোৱা শব্দবোৰৰ বিশেষ কি থাকিব লাগিব?

উত্তৰঃ অৰ্থ থাকিব লাগিব।

২০। পদৰ পাছত কোনটো পদ বহিব তাৰ এটা কি আছে?

উত্তৰঃ নিয়ম আছে। 



Type Bikash Bora  




Post ID : DABP004068