SVN Class 4 Environment Chapter 4 Answer 2026 | পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি | পাঠ ৪ | Chapter 4 | Class 4 Environment Short Question Answer Sankardev | ভাৰতী কুঁহিপাঠ পঞ্চম মান | Class 4 Environment Chapter 4 Short Question Answer Sankardev | ভাৰতী কুঁহিপাঠ পঞ্চম মান পাঠ ৪ | পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি পাঠ ৪ চমু প্ৰশ্ন উত্তৰ |
পাঠ ৪
👉Free Online Exam Click Here
👉MCQ Answer
১। পৃথিৱীৰ প্ৰথম জীৱ বুলি কাক ধৰা হয়?
উত্তৰঃ নীল হৰিৎ (নীল সেউজীয়া) শেলাইবোৰকে পৃথিৱীৰ প্ৰথম জীৱ বুলি ধৰা হয়।
২। শেলাই দেহত কি থাকে?
উত্তৰঃ শেলাই দেহত পত্ৰহৰিৎ।
৩। মানুহ কি প্ৰাণী?
উত্তৰঃ মানুহ সামাজিক প্ৰাণী।
৪। মানুহ পৃথিৱীৰ কি জীৱ?
উত্তৰঃ মানুহ পৃথিৱীৰ উত্তম জীৱ।
৫। এই পৃথিৱীৰ শেষৰ বাসিন্দা কোন?
উত্তৰঃ এই পৃথিৱীৰ শেষৰ বাসিন্দা মানুহ।
৬। কোনে সমাজ পাতি বসবাস কৰিব পাৰে?
উত্তৰঃ মানুহে।
৭। শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে নে নকৰে?
উত্তৰঃ শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে।
৮। শেলাইৰ লগত আৰু কি আবিৰ্ভাৱ হৈছিল?'
উত্তৰঃ শেলাইৰ লগত অতি ক্ষুদ্ৰ প্লাৱক কিছুমান ক্ৰমান্বয়ে পৃথিৱীত আবিৰ্ভাৱ হৈছিল।
Type Bhabesh Bora
Assam SVN 4 Environment AM Ans