G.L. Choudhury College, Barpeta Road (Barpeta)



গণেশ লাল চৌধুৰী মহাবিদ্যালয়খন 1990 চনত স্থাপিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ জয়া বিশ্বাস কুণ্ডা, মহাবিদ্যালয়খনত শিক্ষাৰ্থীসকলৰ বাবে এটা পুথিঁভৰাল আছে। বিদ্যালয়খনত শিক্ষাৰ্থীসকলে খেলিৰ কাৰণে এখন ডাঙৰ ফিল্ড আছে। বিদ্যালয়খনত কলা শাখাৰ স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। বিদ্যালয়খনৰ উচৰত ডাঙৰ ডাঙৰ গযছ গছনি আছে।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

TYPE- SUMAN KAKATI