Icon Commerce College, Guwahati (Kamrup)


আইকন কমাৰ্চ কলেজখন 2004 চনত স্পিত হৈছিল। কলেজখন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। আইকন কমাৰ্চ কলেজ হৈছে B.com আৰু বি.B এৰ বাবে গুৱাহাটি বিশ্ববিদ্যালয়ৰ অনুমোদিত সহ-শিক্ষাগত ডিগ্ৰী মহাবিদ্যলয়। এ.এইচ.এছ.ই.চি.,চি.বি.এছ.ই.আৰু অন্যান স্বীকূত বোৰ্ডৰ দ্বাদশ উত্তীৰ্ণ শিৰ্থীসকলৰ নামভৰ্তিৰ বাবে যোগ্য আৰু শিক্ষাৰ্থীসকলে একাউন্টেন্সি, ব্যৱস্থাপনা বিত্তৰ মুখ্য বিষয়বোৰ আগবঢ়াব পাৰে। এই মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ B.com আৰু বিবিএৰ বাবে অনুমেদিত পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত এটা। 

আপোনালোকে যদি এই কলেজখৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati