Jagiroad College, Jagiroad (Morigaon) 



জাগীৰোড মহাবিদ্যালয়খন 1979 চনৰ 8 আগষ্টত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ B.C Neog, এই মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। পচিঁশ বিঘা ভূমিৰ এক প্ৰশস্ত এলেকাত বিয়পি থকা শান্ত চৌহদটো মনোৰম সোনাইকুচি পাহাৰৰ দ্বাৰা অৱস্থিত। জাগীৰোড মহাবিদ্যালয় অঞ্চলৰটোৰ পূৰ্বদৰ্শী আৰু প্ৰতিশ্ৰুতিবদ্ধ সমাজকৰ্মীৰ এটা গোটে প্ৰতিষ্ঠা কৰিছিল। 

Type Public 

Established 1979

Principal Dr. B.C. Neog

Location Jagiroad, Morigaon, Assam, India

Affiliations Gauhati University 

Website www.jagiroadcollege.co.in

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati