Jaleswar College, Tapoban (Goalpara)




জলেশ্বৰ মহাবিদ্যালয় তাপোবনখন 1981 চনত স্থাপিত হৈছিল আৰু 1996 চনত গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈছিল। কলেজখনৰ প্ৰধান শিক্ষকৰ নাম হল Dr. Abdul Mannan M.A Ph.D, মহাবিদ্যালয়খনত শিক্ষাৰ্থীস সকলৰ বাবে এটা ভাল পুথিভঁৰাল আছে। খেল-খেলিবৰ কাৰণে এখন ডাঙৰ খেলপথাৰ আছে।

Address : PO- KATARIHARA, PS- LAKHIPUR, DIST- GOALPARA (ASSAM), GUWAHATI, Assam, Goalpara 

Year Of Establishment: 1981 College 

Type : Affiliated College

University Name : Gauhati University, Guwahati

University Type : State Public University 

Website : www.jaleswarcollege.net

আপোনালেক যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক। 

Type- Suman Kakati