K.R.D. College of Education, Chhaygaon (Kamrup) 



কে.আৰ.ডি শিক্ষা মহাবিদ্যালয়খন 1993 চনত স্থাপিত হৈছিল। ই অসমৰ লগতে উত্তৰজ-পূব ভাৰতৰ শিক্ষক শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান। মহাবিদ্যালয়খন 1993 চনত গুৱাহাটি বিশ্ববিদ্যালয় পৰা উপযুক্ত অনুমতি লৈ প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ অৰিন্দম বাঙকুৰা। বিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সাতে সংযুক্ত আৰু ই শিক্ষক শিক্ষা পৰিসদৰ দ্বাৰা স্বীকূত। 

City Kamrup, Assam, India

Locality Chhaygaon 

Established 1993 

Affiliated to Gauhati University, Guwahati 

Address Chaygaon, Kamrup Assam,Pin-781124 

Phone +919435654190, +919854489617 

Email krdcollegechh@gmail.com 

Website Visit Website 

Affiliations / Important Links: National Council of Teacher Education (NCTE)  

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati