Lachit Barphookan Commerce Academy


লাচিত বৰফুকন কমাৰ্চ একাডেমিখন 2005 চনত আৰম্ভ কৰা হৈছিল। বৰ্তমান এল.বি.চি. একাডেমী 2013 চনত পৰা B.com শ্ৰেণীৰ বাবে গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে আৰু লগতে B.com পৰীক্ষা কেন্দ্ৰৰ বাবে অনুমতি লাভ কৰিছে। একাডেমীয়ে 5 বিঘা 4 কথা আৰু 11 লোছা ভূমিৰ বাবে অধিগ্ৰহণ কৰিছে, যাৰ কাষত সম্পূৰ্ণ সঞ্চালন সীমা আছে। একাডেমিখনত আৰচিচি ভলৱন, কেন্দ্ৰিয় পুথিঁভৰাল, প্ৰশাসনিক খণ্ড, সঠিক অনাময় ব্যৱস্থা, সঠিক শ্ৰেণী কোঠাৰ ব্যৱস্থা, পৰিৱেশ অনূকুল পৰিৱেশ ইত্যাদি বোৰ আছে। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati  




Post ID :DABP004107