Lalit Chandra Bharali College, Guwahati 



ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়খন 1971 চনত স্থাপিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল এডীচন আলী, এই মহাবিদ্যালয়খন এখন সাধাৰণ স্নাতক ডিগ্ৰী মহাবিদ্যালয়। বিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। বিদ্যালয়খন গুৱাহাটি মালিগাঁৱত অৱস্থিত। 

Type Public 
Established 1971 
Principal Dr. Adison Ali
Location Guwahati, Assam, India
Affiliations Gauhati University
Website lcbcollege.co.in

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য় দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati 



Post ID :DABP004110