পাঠ 9
সামান্তৰিক আৰু ত্ৰিভূজৰ কালি
অনুশীলনী 9.1

1. তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত? এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা।
উত্তৰঃ 
(i) △PDC আৰু ABCD চতুৰ্ভূজ একে ভূমি CD আৰু একে সমান্তৰাল ৰেখা AB আৰু CD ৰ মাজত অৱস্থিত।
(ii) △TRQ আৰু PQRS চতুৰ্ভূজ একে ভূমি QR আৰু একে সমান্তৰাল ৰেখা QR আৰু PS ৰ মাজত অৱস্থিত।
(v) APCD আৰু ABQD চতুৰ্ভূজ দুটা একে ভূমি AD আৰু একে সমান্তৰাল ৰেখা AD আৰু BQ ৰ মাজত অৱস্থিত।