Lokanayak Omeo Kumar Das College, Dhekiajuli (Sonitpur) 



লোকনায়ক ওমিও কুমাৰ দাস মহাবিদ্যালয়খন 1970 চনত স্থাপিত হৈছিল। এই মহাবিদ্যালয়খন ঢেকিয়াজুলিত অৱস্থিত এখন সাধাৰণ ডিগ্ৰী স্নাতক, সহ-শৈক্ষিকমহাবিদ্যালয়। এই মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। বৰ্তমান এই মহাবিদ্যালয়খনত 3500 জন শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে। মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক আৰু কেৱল কলাত ডিগ্ৰী প্ৰদান কৰে। অৱশ্য, আশীৰ দশকৰ শেষভাগত বিজ্ঞান প্ৰয়োজনীয়তা দূঢ়ভাৱে অনুভৱ কৰা হৈছিল আৰু 1922 চনত মহাবিদ্যালখনে  সুসজ্জিত পৰীক্ষাগাৰৰ সুবিধা সৈতে বিজ্ঞান অনুষদ পৰিৱৰ্তন কৰিছিল।  

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

TYPE- SUMAN KAKATI