Mankachar College,Mankachar (Dhubri) 



মানকাচাৰ মহাবিদ্যালয়খন 1971 চনত স্থাপিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডাঃ আবেদ আলি। মানকাচাৰ মহাবিদ্যালয়খন হৈছে অসমৰ দক্ষিণ চালমাৰা জিলাৰ মানকাচাৰত অৱস্থিত এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। 

Type Public

Established 1971

Location Mankachar, Dhubri district, Assam, India 

Affiliations Gauhati University

Website mankacharcollege.in

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati





Post ID : DABP005132