M.C. College, Barpeta (Barpeta) 



এম. চি. মহাবিদ্যালয়খন 1939 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ প্ৰদান শিক্ষকৰ নাম হল ডঃ প্ৰকাস শৰ্মা। এম. চি বিকাশৰ এক নিৰন্তৰ প্ৰকিয়াৰ মাজেৰে গৈ আছে। কলা মহাবিদ্যালয়ৰ হিচাপে জন্ম গ্ৰহণ কৰা এম. চি মহাবিদ্যালয়ে 1959 চনত ইয়াৰ বিজ্ঞান শাখাত প্ৰৱৰ্তন কৰিছিল। ইয়াৰ গৌৰনময় অস্তিত্বৰ 40 বছৰৰ পিছত, মাধাব চৌধৰি মহাবিদ্যালয়, শৈক্ষিক উৎকৰ্ষতাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। যি ৰাষ্ট্ৰ উচ্চ শিক্ষা উদ্দেশ্যৰ সৈতে সংগতি ৰাখি ইয়াৰ দূষ্টিভংগী আৰু অভিনয় কঢ়িয়াই আনিছে। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati