Lesson 3
TRAINS
EXERCISE
2. Fill in the blanks:
খালী ঠাইখিনি পূৰণ কৰক:
(a) The trains come here over the mountains and the plains.
পাহাৰ আৰু ভৈয়ামৰ ওপৰেৰে ইয়ালৈ ৰেল আহে।
(b) The train carries passengers and mails.
(খ) ৰেলখনে যাত্ৰী আৰু ডাক কঢ়িয়াই লৈ ফুৰে।
(c) Passengers and mail are precious loads.
যাত্ৰী আৰু ডাক বহুমূলীয়া বোজা।
(d) The trains rush on through day and darkness.
দিন আৰু আন্ধাৰৰ মাজেৰে ৰে’লবোৰ লৰালৰিকৈ আগবাঢ়ি যায়।
(e) Vehicles carrying goods are called freight cars.
সামগ্ৰী কঢ়িয়াই অনা যান-বাহনক মালবাহী গাড়ী বোলে।
Check - Mukesh Borah
Post ID: DABP002212