অধ্য়ায়- ২
চিত্ৰকূটৰ চিত্ৰ

১। চিত্ৰকূটৰ চিত্ৰ কবিতাটোৰ ৰচক কোন ?
উত্তৰঃ চিত্ৰকূটৰ চিত্ৰ কবিতাৰটোৰ ৰচক মাধৱ কন্দলি।

২। মাধৱ কন্দলিক কি বুলি জনা যায় ?
উত্তৰঃ মাধৱ কন্দলিক কবিৰাজ কন্দলি বুলিও জনা যায়।

৩। 'চিত্ৰকূটৰ চিত্ৰ' কবিতাটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ 'চিত্ৰকূটৰ চিত্ৰ' কবিতাটি সপ্তকাণ্ড ৰামায়ণৰ পৰা সংগ্ৰহ কৰা হৈছে।

৪। বিস্ময়াভিভূত কৰিলে যাৰ কাৰণে ৰামচন্দ্ৰই ৰাজ্য়ৰ সকলোবোৰ কি পাহৰি গ'ল ?
উত্তৰঃ বিস্ময়াভিভূত কৰিলে যাৰ কাৰণে ৰামচন্দ্ৰই ৰাজ্য়ৰ সকলোবোৰ কথা পাহৰি গ'ল।

৫। বাল্মিকী ৰামায়ণৰ সকলোবোৰ কথাকে কবিয়ে সুন্দৰভাৱে কি কৰিছে ?
উত্তৰঃ বাল্মিকী ৰামায়ণৰ সকলোবোৰ কথাকে কবিয়ে সুন্দৰভাৱে উপস্থাপণ কৰিছে।

৬। ৰাম বনবাসলৈ যোৱাৰ আগৰ পৰিৱেশ সম্পূৰ্ণৰূপে কেনেকোৱা ?
উত্তৰঃ ৰাম বনবাসলৈ যোৱাৰ আগৰ পৰিৱেশ সম্পূৰ্ণৰূপে ঘৰুৱা।

৭। প্ৰাকৃতিক পৰিৱেশৰ উপৰিও কবিয়ে কবিতাটোৰ মাজেৰে আৰু কিহৰ নাম উল্লেখ কৰিছিল ?
উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ উপৰিও কবিয়ে কবিতাটোৰ মাজেৰে ফল-ফুলৰ নামো উল্লেখ কৰিছিল।

৮। কবিয়ে কবিতাটোৰ মাজেৰে অসমৰ কি গান গাইছে ?
উত্তৰঃ কবিয়ে কবিতাটোৰ মাজেৰে অসমৰ চিৰ যৌৱনা অসমৰ জয়গান গাইছে।

১০। বসন্তৰ সম্ৰাট কাম ৰাজৰ আগমনে সকলো প্ৰাণীৰে মন কি কৰি তুলিছে ?
উত্তৰঃ বসন্তৰ সম্ৰাট কাম ৰাজৰ আগমনে সকলো প্ৰাণীৰে মন আনন্দত মতলীয়া কৰি তুলিছে।

৯। আদি ৰসৰ প্ৰভাৱে ৰামচন্দ্ৰৰ সমস্ত মন সীতাৰ কিহৰ ওপৰত আৱদ্ধ হৈ পৰিছে ?
উত্তৰঃ আদি ৰসৰ প্ৰভাৱে ৰামচন্দ্ৰৰ সমস্ত মন সীতাৰ সৌন্দৰ্য্য়ৰ ওপৰত আৱদ্ধ হৈ পৰিছে।

১১। ছন্দ প্ৰয়োগৰ ক্ষেত্ৰতো কবিয়ে সুন্দৰভাৱে কাব্য়িক ৰস দান কৰিবলৈ কি হৈছে ?
উত্তৰঃ ছন্দ প্ৰয়োগৰ ক্ষেত্ৰতো কবিয়ে সুন্দৰভাৱে কাব্য়িক সৰ দান কৰিবলৈ সমৰ্থ হৈছে।

১২। প্ৰকৃতিৰ বুকুত প্ৰৱাহিত মন্দাকিনী নদীক কবিয়ে সীতাৰ কিহৰ লগত তুলনা কৰিছিল ?
উত্তৰঃ প্ৰকৃতিৰ বুকুত প্ৰৱাহিত মন্দাকিনী নদীক কবিয়ে সীতাৰ দৈহিক সৌন্দৰ্য্য়ৰ লগত তুলনা কৰিছিল।

১৩। পৃথিৱীৰ সকলো সাহিত্য়ৰ অন্তৰালত প্ৰকৃতিয়ে কি অধিকাৰ কৰা দেখা যায়।
উত্তৰঃ পৃথিৱীৰ সকলো সাহিত্য়ৰ অন্তৰালত প্ৰকৃতিয়ে এক বিশেষ স্থান অধিকাৰ কৰা দেখা যায়।

১৪। প্ৰকৃতিৰ অনন্ত শকতিৰে পৰিৱেষ্টিত কিহেৰে চিত্ৰকূট পৰ্ব্বত আৱৰি আছে ?
উত্তৰঃ প্ৰাকৃতিৰ অনন্ত শকতিৰে পৰিৱেষ্টত মনোৰম সৌন্দৰ্য্য়ই পৰ্ব্বত আৱৰি আছে।

১৫। ঋতুৰাজ বসন্তৰ আগমনে সৌন্দৰ্য্য় কিমান বৃদ্ধি কৰিছে ?
উত্তৰঃ ঋতুৰাজ বসন্তৰ আগমনে সৌন্দৰ্য্য় দুগুণে বৃদ্ধি কৰিছে।

Type Janmoni Hazarika 





Post ID : DABP004746