অনুশীলনী ২.১



1. তলৰ মান কেইটা ৰাশি এটা চলক যুক্ত বহুপদ আৰু কোনকেইটা নহয়? তোমাৰ উত্তৰৰ যুক্তি দিয়া?

সমাধানঃ (i) 4x^2-3^x+7 বহুপদ ৰাশি। কাৰণ চলক x সূচক পূৰ্ণ সংখ্য়া।

(ii) y2+√2 বহুপদ ৰাসি। কাৰণ y2 এটা পূৰ্ণসংখ্য়া।

(iii)3√t+√2t বহুপদ ৰাশি নহয়। t ৰখাত=1/2 পূৰ্ণসংখ্য়া।

(iv) y+2/y বহুপদ ৰাশি নহয়। যত ঋনাত্মক অৰ্থাৎ -1

(v)x10+y3+t30 বহুপদ ৰাশি। x;y আৰু t ৰখাত পূৰ্ণ সংখ্য়া।


2. তলৰ প্ৰতিটোৱেx2 ৰ সহগ লিখা।

সমাধানঃ  (i) 2+x2+x  ৰ x2 ৰ সহগ1।

(ii) 2-x2+x3 ৰ x2 ৰ সহগ  1।

(iii) x/2 x2+x  ৰ x2 ৰ সহগ   π/2। 

(iv) √(2x )-1    ৰ x2 ৰ সহগ  0।

(v)(2x-3)(x2-3x+1) ৰ x2 ৰ সহগ-9।


3. 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ ৰাশি প্ৰত্য়েকৰ একোটাকৈ উদাহৰম দিয়া।

সমাধানঃ  35 মাত্ৰাবিশিষ্ট দ্বিপদ ৰাশি এটা হ’ল 5x35 -3t 

                100 মাত্ৰাবিশিষ্ট একপদ ৰাশি হ’ল3y100+1



4. তলৰ বহুপদবোৰৰ মাত্ৰা লিখা:

সমাধানঃ  (i)p (x) সৰোচ্চ সূচক =3.। মাত্ৰা=2

                (ii) p (y)  সৰোচ্চ সূচক =2 । মাত্ৰা=2

                 (iii)f (x) সৰোচ্চ সূচক=1 । মাত্ৰা=1

                  (iv) f (x) সৰোচ্চ সূচক=0 । মাত্ৰা=0



5. তলৰ ৰৈখিক, দ্বিমাত আৰু ত্ৰিমাত বহুপদ বোৰ শ্ৰেণী বিভাজন কৰা

সমাধানঃ (i) x2+x ৰাশিঘাত= 2 1 ত্ৰিমাত বহুপদ ৰাশি।

(ii)x-x3. ঘাত=3 । ত্ৰিমাত বহুপদ ৰাশি।

(iii) y+y2+4 ঘাত=2 । দ্বিমাত বহুপদ ৰাশি।

(iv).1+x ঘাত= 1  । ৰৈখিক ৰাশি।

(v)3t ঘাত= 1 । ৰৈখিক ৰাশি।

(vi) γ3 ঘাত=.1  । এটা ৰাশি।

(vii) 7x3 ঘাত=3   । ত্ৰিমাত ৰাশি। 


Type : Monikongkona Saikia  






Post ID : DABP004862