অনুশীলনী ২.১
1. তলৰ মান কেইটা ৰাশি এটা চলক যুক্ত বহুপদ আৰু কোনকেইটা নহয়? তোমাৰ উত্তৰৰ যুক্তি দিয়া?
সমাধানঃ (i) 4x^2-3^x+7 বহুপদ ৰাশি। কাৰণ চলক x সূচক পূৰ্ণ সংখ্য়া।
(ii) y2+√2 বহুপদ ৰাসি। কাৰণ y2 এটা পূৰ্ণসংখ্য়া।
(iii)3√t+√2t বহুপদ ৰাশি নহয়। t ৰখাত=1/2 পূৰ্ণসংখ্য়া।
(iv) y+2/y বহুপদ ৰাশি নহয়। যত ঋনাত্মক অৰ্থাৎ -1
(v)x10+y3+t30 বহুপদ ৰাশি। x;y আৰু t ৰখাত পূৰ্ণ সংখ্য়া।
2. তলৰ প্ৰতিটোৱেx2 ৰ সহগ লিখা।
সমাধানঃ (i) 2+x2+x ৰ x2 ৰ সহগ1।
(ii) 2-x2+x3 ৰ x2 ৰ সহগ 1।
(iii) x/2 x2+x ৰ x2 ৰ সহগ π/2।
(iv) √(2x )-1 ৰ x2 ৰ সহগ 0।
(v)(2x-3)(x2-3x+1) ৰ x2 ৰ সহগ-9।
3. 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ ৰাশি প্ৰত্য়েকৰ একোটাকৈ উদাহৰম দিয়া।
সমাধানঃ 35 মাত্ৰাবিশিষ্ট দ্বিপদ ৰাশি এটা হ’ল 5x35 -3t
100 মাত্ৰাবিশিষ্ট একপদ ৰাশি হ’ল3y100+1
4. তলৰ বহুপদবোৰৰ মাত্ৰা লিখা:
সমাধানঃ (i)p (x) সৰোচ্চ সূচক =3.। মাত্ৰা=2
(ii) p (y) সৰোচ্চ সূচক =2 । মাত্ৰা=2
(iii)f (x) সৰোচ্চ সূচক=1 । মাত্ৰা=1
(iv) f (x) সৰোচ্চ সূচক=0 । মাত্ৰা=0
5. তলৰ ৰৈখিক, দ্বিমাত আৰু ত্ৰিমাত বহুপদ বোৰ শ্ৰেণী বিভাজন কৰা
সমাধানঃ (i) x2+x ৰাশিঘাত= 2 1 ত্ৰিমাত বহুপদ ৰাশি।
(ii)x-x3. ঘাত=3 । ত্ৰিমাত বহুপদ ৰাশি।
(iii) y+y2+4 ঘাত=2 । দ্বিমাত বহুপদ ৰাশি।
(iv).1+x ঘাত= 1 । ৰৈখিক ৰাশি।
(v)3t ঘাত= 1 । ৰৈখিক ৰাশি।
(vi) γ3 ঘাত=.1 । এটা ৰাশি।
(vii) 7x3 ঘাত=3 । ত্ৰিমাত ৰাশি।
Post ID : DABP004862
0 Comments