অধ্যায়-8
পৰিমাণৰ তুলনা
অনুশীলনী: 8.1
1)অনুপাতবোৰ উলিওৱা:
(i)5 কি মি আৰু 500 মিটাৰ।
Soln→আমি জানো যে,
1 কি মি = 1000 মিটাৰ
∴ 5 কি মি = 5000 মিটাৰ
(ii)6 সপ্তাহ আৰু 21 দিন।
Soln→আমি জানো যে,
1 সপ্তাহ = 7 দিন
∴ 6 সপ্তাহ = 6×7=42 দিন
(iii)30 দিন আৰু 210 ঘণ্টা।
Soln→ দিয়া আছে, 30 দিন আৰু 210 ঘণ্টা
আমি জানো যে,
1 দিন = 24 ঘণ্টা
∴ 30 দিন = 30×24=720
(iv)12 মিটাৰ আৰু 100 চে মি
Soln→দিয়া আছে,
12 মিটাৰ আৰু 100 চে মি
আমি জানো যে,
1 মিটাৰ = 100 চে মি
∴ 12 মিটাৰ = 1200 চে মি
(v)7 বছৰ আৰু 18 মাহ।
Soln→ আমি জানো যে,
1বছৰ = 12 মাহ
7 বছৰ = 7×12=84 মাহ
2)তলৰ অনুপাতবোৰ সমতুল্য হয়নে নহয় বিচাৰ কৰা।
(i)4:5 আৰু 2:3
Soln→ দিয়া আছে,
অনুপাতবোৰ, 4:5 আৰু 2:3
(ii)7:15 আৰু 21:45
Soln→ দিয়া আছে,
অনুপাতবোৰ 7:15 আৰু 21:45
(iii)6:8 আৰু 54:72
Soln→দিয়া আছে,
অনুপাতবোৰ 6:8 আৰু 54:72
(iv)13:14 আৰু 14:13
Soln→দিয়া আছে,
অনুপাতবোৰ 13:14 আৰু 14:13
3)তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা 286 টকাত কিমানটা বাকচ পোৱা যাব?
Soln →দিয়া আছে,
33 টকাত জ্যামিতি পোৱা যায় = 3টা
4)কল্পনাই 160 টকাত 10 টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে। দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে?
Soln→ দিয়া আছে,
কল্পনাই 10টা বল কিনে = 160 টকাত
5)জেনেলিয়াই গোটেই বছৰটোত ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে। যদি তেওঁ 3মাহৰ মূৰে মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগে?
Soln→দিয়া আছে,
12 মাহত ঘৰ ভাড়া দিয়ে = 66,000 টকা
Post ID : DABP004759