ABS Formula
Google Sheetৰ ABS সূত্ৰটো হৈছে যেতিয়া কোনো এটা সংখ্য়া Minusত থাকে তেতিয়া আপুনি সেই সংখ্য়াটো Pilusত লাগে তেনেহলে আপুনি এই ABS সংখ্য়াটো ব্য়াৱহাৰ কৰিব পাৰে। তেনেকোৱা কেইটামান সূত্ৰ তলত দিয়া গৈছে। আপোনালোকে এই সিনি সুবিধা লৈ এই ABS সূত্ৰটো ব্য়ৱহাৰ কৰিব পাৰিব।