AVERAGEIF Formula


Google Sheetৰ  AVERAGEIF Formulaটো হৈছে প্ৰদত্ত চৰ্তৰ ওপৰত আধাৰিত কৰি সকলো সংখ্যাৰ গড় (গাণিতিক অৰ্থ) বিভিন্ন কোষত ঘূৰাই দিয়ে। AVERAGEIF Formula হৈছে Google Sheetৰ এটা Built-in Function যাক পৰিসাংখ্যিক সূত্ৰ হিচাপে শ্ৰেণী বদ্ধতা কৰা হয়। ইয়াক Google Sheetত আৰু EXCELত সূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। তেনেকুৱা কেইটামান উদাহৰণ তলত দিয়া হ'ল। আপোনালোকে এই উদাহৰণ কেইটাৰ সহায় লব পাৰে।




Type- Bharat Kalita





Post ID : DABP004868