ধ্বনি সৃষ্টি কিদৰে হৈছিল ?
উত্তৰ: হাওফাওৰ পৰা ওলাই অহা বায়ুৰ সোঁতৰ নিৰ্গমন পথত বাগ্ৰিন্দ্ৰিয়ৰ সঞ্চালনৰ দ্বাৰা ধ্বনি সৃষ্টি হয়| কোনো কোনো ক্ষেত্ৰত আকৌ বাহিৰৰ পৰা ভিতৰলৈ বায়ু শুহি লৈয়ো ধ্বনি উচ্চাৰণ কৰা হয় |
Parina Hazarika

0 Comments