No subjects found. Create Your Profile

Showing posts with the label Assamese GrammarShow all
 টেগ্ মেমিক্ছক কি কি নামেৰে জানিব পাৰি ?
'ব্য়াকৰণঃ প্ৰাচ্য় আৰু প্ৰাচত্য়" কোনে লিখা?
 প্ৰথম অসমীয়া ভাষা ব্যাকৰণখনৰ নাম কি ?
খণ্ডবাক্য গাঁথনিক ব্যাকৰণৰ ইংৰাজী প্ৰতিশব্দ কি ?
ৰূপান্তৰ স্ফেট ব্যাকৰণৰ ভাগ তিনিটা কি কি ?
প্ৰায়োগিক ব্যাকৰণত কিহৰ কিহৰ বিষয়ে আলোচনা কৰা হয় ?
প্ৰায়োগিক ব্যাকৰণ কিহৰ কিহৰ অৰ্থে ৰচনা কৰা হয় ?
গাঁথনিক ব্যাকৰণৰ দুটা মৌলিক সিদ্ধান্ত লিখা।
প্ৰায়োগিক দিশৰ পৰা বাক্যগত উপাদানবোৰৰ শ্ৰেণী দুটা কি কি ?
বিৰোধমূলক ব্যাকৰণ মূল ভিত্তি কি ?
তুলনামূলক ব্যাকৰণত কিহৰ কিহৰ মাজত হ'ব পাৰে ?
টেগ্ মেমিক্ছক কি কি নামেৰে জানিব পাৰি ?
কাৰক ব্যাকৰণ কোনে কেতিয়া উদ্ভাৱন কৰে ?
কাৰক ব্যাকৰণৰ ভিত্তি উপাদানৰ অঙ্গ দুটা কি কি ?
তুলনামূলক ব্যাকৰণত কিহৰকিহৰ মাজত তুলনা হ'ব পাৰে ?
তুলনামবলক ব্যাকৰণৰ মূল উদ্দশ্য কি ?
ঐতিহাসিক ব্যাকৰণৰ মূল নীতি কি ?
ব্যাকৰণৰ দুটা ভাগৰ নাম লিখা।
বৰ্ণনাত্মক ব্যাকৰণৰ উপভাষা দুটা কি কি ?
ব্যাকৰণগত অৰ্থ থকা দুটা ৰূপৰ নাম লিখা।