অধ্যায় ১২

জয়মতী কুঁৱৰী


চমু প্ৰশ্নউওৰঃ

১)আহোমসকলে ৰাজত্ব কৰাৰ সময়ত বৰ্তমান শিৱসাগৰ জিলাত থকা গাওঁখনৰ নাম কি?

উওৰঃ মাদুৰী গোহাঁই গাওঁ।

২)জয়মতীক কাৰ বংশধৰ বুলি জনা যায়?

উওৰঃ বৰগোহাঁইৰ।

৩) জয়মতীৰ পিতৃ নাম কি?

উওৰঃ লাইথেপেনা।

৪)জয়মতীৰ স্বামীজনৰ নাম কি?

উওৰঃ লাঙ্গি গদাপাণিৰ।

৫) জয়মতীৰ কেইজন সন্তান আছিল?

উওৰঃ দুজন।

৬)কম বয়সত ৰজা হোৱা বাবে কা'ক ল'ৰাৰজা বুলি কৈছিল?

উওৰঃ চুলিক্ফা।

৭)চোৰাংচোৱা পৰা বাচি গদাপাণিয়ে ক'ত আত্মগোপন কৰিছিল?

উওৰঃ নগা পৰ্বত।

৮)জয়মতীক শাস্তি দিয়া ঠাইখনৰ নাম কি?

উওৰঃ জেৰেঙা পথাৰ।

৯)দেশভক্ত জয়মতীয়ে কিমান খ্ৰি.ত কিমান তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে?

উওৰঃ ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত।

১০)কিমান খ্ৰিষ্টাব্দত লালুকসোলাক হত্যা কৰি আৰু ল'ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে আহোম সিংহাসনত উঠে?

উওৰঃ ১৬৮১ খ্ৰি.ত।



Author - Pompi Hazarika