অনুশীলনী ২.৩
ভাগফল =x2-2x+4
ভাগশেষ =-7
(iv)x11-5 বা x+1 ৰে ভাগ কৰিলে।
-6
নিৰ্ণেয় ভাগফল=. x10-x9+x8-x7+x6-x5+x4-x3+x2-x+1
ভাগশেষ=-6
(ii)x-7 ৰাশিটো x3+2x2-3x+4 বহুপদটো এটা উৎপাদক হয়নে পৰীক্ষা কৰা।
7. ax3+3x3+5x-4 আৰু x3-4x-a বহুপদদুটাক x-2 ৰে ভাগকৰাত সমান ভাগশেষ পোৱা গ’ল। aৰ স্থান উলিওৱা।
সমাধানঃ ধৰাহ’ল p(x)=-2 ax3+3x2+5x-4
.f(x)= x3-a
ধৰাহ’ল x-2=0=> x=2
P(2)= a(2)3+3×(2)2+5×2+4
=8a+12+10-4=8a+18
F(2)=23-4×2-a=-a
Post ID : DABP004860
0 Comments