পাঠ - ৪ 

কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব

১) কৌটিল্য প্ৰাচীন ভাৰতবৰ্ষৰ ৰাজনৈতিক চিন্তাধাৰাক কি ?

উওৰ:  কৌটিল্য প্ৰাচীন ভাৰতবৰ্ষৰ ৰাজনৈতিক চিন্তাধাৰাৰ এক স্তম্ভস্বৰূপ ।

২) কৌটিল্যক আৰু কি নামেৰে জনা যায় ?

উওৰ: কৌটিল্যক  আৰু চাণক্য নামেৰে জনা যায়।

৩) কৌটিল্যৰ জন্ম কত হৈছিল ?

উওৰ: তেওঁৰ জন্ম মগধ ৰাজ্যৰ তক্ষশীলা নগৰত হৈছিল।

৪) তেখেতে কত শিক্ষা গ্ৰহণ কৰিছিল ?

উওৰ: তেখেতে বিশ্ববিখ্যাত নালন্দা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল 

৫) তাতেই তেওঁক কাক লগ পাইছিল ? 

উওৰ: তাতেই তেওঁক চন্দ্ৰগুপ্তক লগ লগ পাইছিল।

৬) কৌটিল্য অৰ্থশাস্ত্ৰ খন কিমান চনত আৱিষ্কাৰ হৈছিল ?

উওৰ:  কৌটিল্য অৰ্থশাস্ত্ৰ খন ১৯০৪ চনত  আৱিষ্কাৰ হৈছিল।

৭) এই অৰ্থশাস্ত্ৰ খন কোনে কিমান চনত কি ভাষালৈ অনুবাদ কৰিছিল ?

উওৰ: এই অৰ্থশাস্ত্ৰ খন জেফবিয়ে ১৯০৯ চনত ইয়াক জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল ।

৮) এই  অৰ্থশাস্ত্ৰ খন কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল ?

উওৰ: জ'লি নামৰ এজন ইংৰাজ পণ্ডিতে অৰ্থশাস্ত্ৰ ইংজাজিলৈ অনুবাদ কৰিছিল।

৯)  অৰ্থশাস্ত্ৰ খন কেইটাভাগত বিভক্ত ?

উওৰ:  অৰ্থশাস্ত্ৰ খন  ৩২ টা ভাগত বিভক্ত।

১০) ইয়াত কেইটা অনুচ্ছেদ আছে আৰু কেইটা উপ-অনুচ্ছেদত বিভিক্ত ?

উওৰ: ইয়াত ১৫টা অনুচ্ছেদ আছে আৰু ১৮০ টা  উপ-অনুচ্ছেদত বিভিক্ত ।

১১) কৌটিল্যৰ "অৰ্থশাস্ত্ৰ"ৰ সৃষ্টি মেকিয়াভেলিৰপৰা প্ৰায় কিমান বছৰৰ আগতে হৈছিল ?

উওৰ:  কৌটিল্যৰ "অৰ্থশাস্ত্ৰ"ৰ সৃষ্টি মেকিয়াভেলিৰপৰা প্ৰায়এক হাজাৰ বছৰৰ  আগতে হৈছিল ।

১২) শাসিতসকলৰ বিষয়ে দুইখন গ্ৰন্থই কি ?

উওৰ: শাসিতসকলৰ বিষয়ে দুইখন গ্ৰন্থই মৌন ।

১৩) ৰাষ্ট্ৰৰ গঠনৰ বাবে চাৰিটা উপাদানৰ লিখা ?

উওৰ:  এই চাৰিটা উপাদান হৈছে ,  জনসমষ্টি, নিৰ্দিষ্ট ভু-খণ্ডৰ, চৰকাৰ আৰু সাৰ্বভৌমত্ব।

১৪)  ৰাষ্ট্ৰৰ তত্ত্বক আৰু কি বুলি জনা যায় ?

উওৰ:  ৰাষ্ট্ৰৰ তত্ত্বক সপ্তাঈ তত্ত্ব বুলি জনা যায় ।

১৫) কৌটিল্য  ৰাষ্ট্ৰৰ সপ্ত উপাদানৰ সমুহৰ নাম লিখা ?

উওৰ: গৰাকী বা ৰজা, অমাত্য, জনপদ, দুৰ্গ, কোষ বা কোষাগাৰ, সৈন্যবাহিনী আৰু মিএ।

১৬) কৌটিল্যৰ মতে, ৰাষ্ট্ৰ তত্তবত গৰাকী বা ৰজাৰ স্থান কি ?

উওৰ: কৌটিল্যৰ মতে, ৰাষ্ট্ৰ তত্তবত গৰাকী বা ৰজাৰ স্থান উচ্চ স্থানত।

১৭) সপ্ত প্ৰকৃতিৰ বা অংগসমুহৰ দ্বিতীয়তো কি ?

উওৰ: সপ্ত প্ৰকৃতিৰ বা অংগসমুহৰ দ্বিতীয়তো হৈছে অমাত্য।

১৮) "অমাত্য" শব্দটোবে কি বুজায় ? 

উওৰ: "অমাত্য" শব্দটোবে সকলো ধৰণৰ উচ্চপদস্থ বিষয়াক বুজায়।              

১৪) প্ৰজাসকলৰ সুৰক্ষা আৰু পৰিচালনাৰ হেতু ৰজাই কিচুমান সহযোগী নিযোগ কৰিছে এই সহযোগী কি কি নামেৰে জনা যায় ? 

উওৰ: এইসকলৰ এজন আছিল প্ৰধান অমাত্য বা মহাঅমাত্য বা অমাত্য মুখ্য।

১৯) কৌটিল্য ৰাষ্ট্ৰ বিষয়াসকলক কেইটা শ্ৰেণীত বিভক্ত আছিল ?

উওৰ: কৌটিল্য ৰাষ্ট্ৰ বিষয়াসকলক ১৮ টা শ্ৰেণীত বিভক্ত আছিল ।

২০) জনপদ কি ?

উওৰ: জনপদ হৈছে ৰাষ্ট্ৰৰ তৃতীয় অংগ।




Type by: pinku moni bora