পাঠ- ৮

কবীৰঃ সংমিশ্ৰণবাদ \ সমন্বয়বাদ 

১) কবীৰ দাসৰ জন্ম কিমান চনত হৈছিল ? 

উত্তৰ: কবীৰ দাসৰ জন্ম ১৪৪০ চনত।


২) তেখেতৰ জন্ম কত হৈছিল ?

উত্তৰ: তেখেতৰ জন্ম বাৰানসীত হৈছিল।


৩) তেখেতৰ মৃত্যু কিমান চনত হৈছিল ?

উত্তৰ:তেখেতৰ মৃত্যু  ১৫১৮ চনত হৈছিল।


৪) সেইখিনি সময়ত কাৰ শাসন আছিল ?

উত্তৰ: সেইখিনি সময়ত চিকন্দৰ লোডী শাসন আছিল।


৫) আন কিচুমানৰ মতে, তেওঁৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰ:  আন কিচুমানৰ মতে, তেওঁৰ জন্ম ১৩৯৮ চনত হৈছিল।


৬) আন কিচুমানৰ মতে, তেওঁৰ মৃত্যু কিমান চনত হৈছিল ?

উত্তৰ: আন কিচুমানৰ মতে, তেওঁৰ মৃত্যু  ১৩৯৮ চনত হৈছিল।


৭) কবীৰ শব্দটো কি ভাষাৰ শব্দ ?

উওৰ: কবীৰ শব্দটো আৰবী ভাষাৰ শব্দ।


৮) কবীৰ শব্দৰ অৰ্থ কি ?

উত্তৰ: কবীৰ শব্দৰ অৰ্থ হ'ল 'ভগৱানৰ দূত'।


৯) কবীৰ কি আছিল ?

উত্তৰ: কবীৰ আছিল এগৰাকী হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তিত্ব আছিল।


১০) কবীৰৰ জন্মক লৈও কি আছে ?

উত্তৰ: কবীৰৰ জন্মক লৈও আনেক কাহিনী আছে।


১১) কাৰ গৰ্ভত কবীৰৰ জন্ম হৈছিল ? 

উত্তৰ: এগৰাকী বিধৱা ব্ৰাহ্মণী গৰ্ভত কবীৰৰ জন্ম হৈচিল।


১২) কাৰ আশীৰ্বাদত জন্ম হয় ?

উত্তৰ: ৰামানন্দ স্বামীৰ আশীৰ্বাদত জন্ম হৈছিল।


১৩) ব্ৰাহ্মণীয়ে সেই নৱজাত সন্তানটো কত পেলায় থৈ আহে ?

উত্তৰ: ব্ৰাহ্মণীয়ে সেই নৱজাত সন্তানটো লহৰতাৰা  পুখুৰীপাৰত পেলায় থৈ আহিছিল।


১৪) সেই সন্তান টো কোনে তুলি-টালি  ডাঙৰ-দীঘল কৰে ?

উত্তৰ: সেই সন্তান টো 'নীমা' আৰু 'নিৰু' দম্পতীহালে পাই সন্তান টোক তুলি-টালি ডাঙৰ-দীঘল কৰে ।


১৫) সেই সন্তানটো পিছত কি নামেৰে জনা যায় ? 

উত্তৰ: সেই সন্তানটো পিছত কবীৰ নামেৰে জনা যায়।


১৬) নিমা আৰু নিৰু কিপন্থি  লোক আছিল ?

উত্তৰ: নিমা আৰু নিৰু নাথপন্থি হিন্দু  আছিল।


১৭) পিছত তেওঁলোকে কি ধৰ্মলৈ ধৰ্মান্তৰিত হয় ?

উত্তৰ: পিছত তেওঁলোকে দিল্লী চুলতানৰ আমোলত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয়।


১৮) তেওঁলোক কি জাতি লোক আছিল ?     

উত্তৰ: তেওঁলোক শূদ্ৰ জাতিৰ লোক আছিল।


১৯) তেওঁলোকৰ বূওি কি আছিল ?

উত্তৰ: তেওঁলোকৰ বূওি তাঁতি (বোৱনী) আচিল।


২০) কবীৰে নিজৰ লেখাতই নিজকে কি বুলি পৰিচয় দিয়ে ?

উত্তৰ: কবীৰে নিজৰ লেখাতই নিজকে তাঁতি বুলি পৰিচয় দিয়ে ।


Type By : Pinku Moni Bora


Post ID : DABP002427