ছাৰ ফ্ৰান্সিছ ড্ৰেক
ছাৰ ফ্ৰান্সিছ ড্ৰেকৰ (জন্ম ফেব্ৰুৱাৰী মাহৰ ১৫৪০ চনত আৰু
মৃত্যু: ২৭ জানুৱাৰী , ১৫৯৬ চনত) (ফ্ৰান্সিছ ড্ৰেক) ৰাণী এলিজাবেথ প্ৰথম শাসনকালত এজন ইংৰাজ নৌ সেনাপতি আছিল, তেওঁ আছিল সাগৰ-অভিযাত্ৰী আৰু ৰাজনীতিবিদ আছিল। তেওঁ হৈছে সাগৰীয় পথেৰে পৃথিৱী ভ্ৰমণ কৰা দ্বিতীয় ব্যক্তি (ফাৰ্ডিনাণ্ড মেগেলানৰ পিছত) তেওঁ স্পেনীয়সকলৰ সৈতে ব্ৰিটিছ নৌ যুদ্ধত ব্ৰিটিছ নৌ সেনাক নেতৃত্ব দিছিল।
যদিও তেওঁ নিজৰ দেশ ইংলেণ্ডত ৰাষ্ট্ৰীয় নায়ক হিচাপে পৰিচিত
আছিল, আন দেশত তেওঁক "জলদস্যু", "যুদ্ধবাজ", "দাস
ব্যৱসায়ী" ইত্যাদি বুলি কোৱা হৈছিল; আনকি স্পেইনৰ তেতিয়াৰ
ৰজাইও তেওঁক বন্দী কৰাৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছিল।
জন্ম আৰু শৈশৱঃ
ফ্ৰান্সিছ ড্ৰেকৰ জন্ম ১৫৪০ চনত ইংলেণ্ডৰ ডেভনত হৈছিল। তাইৰ
দেউতাকৰ নাম আছিল এডমাণ্ড ড্ৰেক আৰু তাইৰ মাতৃৰ নাম
আছিল মেৰী মাইলৱাই।
সাগৰৰ ভ্ৰমণঃ
ফ্ৰান্সিছ ড্ৰেকে ২৩ বছৰ বয়সত তেওঁৰ প্ৰথম যাত্ৰা কৰিছিল।
বিশ্ব ভ্ৰমণঃ
১৫৭৭ চনত তেওঁ ইংলেণ্ডৰ প্লাইমাউথ বন্দৰৰ পৰা "পালিকান"
নামৰ এখন জাহাজত বিশ্ব ভ্ৰমণলৈ যাত্ৰা কৰে আৰু ১৫৮০ চনত
উভতি আহে।
চমনঃ
১৫৮১ চনত ৰাণী প্ৰথম এলিজাবেথে সাগৰীয় যাত্ৰাৰ দ্বাৰা সাগৰলৈ
যাত্ৰা কৰি স্পেনীয়সকলৰ সৈতে প্ৰতিযোগিতা কৰি ইংৰাজ ৰাজ্যৰ
বিজয়ত তেওঁৰ বিশেষ অৱদানৰ বাবে তেওঁক নাইটহুড উপাধি প্ৰদান কৰে।
Type- Bharat Kalita
(Morigaon Assam)
Post ID :DABP003465
Puspa Kakati
Pallab Jyoti Bora
Jyotish Kakati
Sourav Bora