VERAGEIFS Function

Google Sheetৰ AVERAGEIFS Functionটো হৈছে এক বা একাধিক চৰ্ত পূৰণ কৰা পৰিসৰত সংখ্যাৰ গড় গণনা কৰে। VERAGEIFS Function বাবে ব্যৱহৃত চৰ্তবোৰত আংশিক মিলৰ বাবে লজিকেল অপাৰেটৰ (>,<,<>,=) আৰু ৱাইল্ডকাৰ্ড (*,?) অন্তৰ্ভুক্ত থাকিব পাৰে। তেনেকুৱা কেইটামান উদাহৰণ তলত দিয়া হ'ল। আপোনালোকে এই উদাহৰণ কেইটাৰ সহায় লব পাৰে। 



Type- Bharat Kalita





Post ID : DABP004870