প্ৰথম গোট 

লিপিৰ পৰিচয় আৰু ভাৰতীয় অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ 


১। লিপি’ শব্দৰ আভিধানিক অর্থ কি?
উত্তৰঃ

২। লিপি বুলিলে কি বুজা?
উত্তৰঃ

৩। লিপিৰ এটি বৈশিষ্ট্য লিখা।
উত্তৰঃ

৪। লিপি বিকাশৰ স্তৰকেইটা কি কি?
উত্তৰঃ

৫। চিত্রলিপি বুলিলে কি বুজা?
উত্তৰঃ

৬। বিশ্বৰ প্ৰাচীনতম লিপিসমূহ কি কি?
উত্তৰঃ

৭। ভাৰতীয় লিপি সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ

৮। চমুটোকা লিখা—

(ক) খৰোষ্ঠী লিপি
উত্তৰঃ

(খ) ব্ৰাহ্মী লিপি।
উত্তৰঃ

৯৷ ব্ৰাহ্মী লিপিৰ প্ৰধান ভাগ কেইটা? কি কি?
উত্তৰঃ

১০। বিকাশৰ গতিধাৰালৈ লক্ষ্য কৰি ব্ৰাহ্মী লিপিক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ

১১। ব্ৰাহ্মী লিপিৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ

১২। কুটিল লিপিৰ সময় কি?
উত্তৰঃ

১৩। নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপি কোন শতিকাৰ?
উত্তৰঃ

১৪। খৰোষ্ঠী লিপিৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ

১৫। চমুটোকা লিখা :

(ক) গড়গঞা লিপি
উত্তৰঃ

(খ) বামুণীয়া লিপি
উত্তৰঃ

(গ) কাইথেলী লিপি।
উত্তৰঃ

১৬। মধ্যযুগীয় অসমীয়া লিপিৰ বিষয়ে লিখা।
উত্তৰঃ

১৭। আধুনিক অসমীয়া লিপি কেতিয়াৰ পৰা আৰম্ভ হয় লিখা।
উত্তৰঃ

১৮। অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ সম্পর্কে লিখা। 
উত্তৰঃ

১৯। প্রাচীন অসমীয়া লিপিৰ ইতিহাস দিবৰ যত্ন কৰা।
উত্তৰঃ

২০। ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ অসমীয়া লিপিৰ ধাৰা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type- Bikash Bora 


Post ID :DABP003605