প্ৰথম গোট 

কবিতা 

(কবিতা, মালতী, বীণবৰাগী ১ম তৰংগ) 


 ১। লক্ষ্মীনাথ বেজবৰুৱাৰ কাব্য পুথি কেইখন কি কি?

উত্তৰঃ  

২। ‘কদমকলি’ৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল? 

উত্তৰঃ ‘কদমকলি’ৰ প্ৰথম প্ৰকাশ ১৯১৩ চনত হৈছিল।

৩। বেজবৰুৱাৰ দ্বিতীয়খন কাব্য-সংকলনৰ নাম কি?

উত্তৰঃ বেজবৰুৱাৰ দ্বিতীয়খন কাব্য-সংকলন হল- পদুমকলি।

৪। 'পদুমকলি’ত কিমানটা কবিতা আছে?

উত্তৰঃ 'পদুমকলি’ত ২৭ টা কবিতা আছে।


৫। বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্যপুথিখনৰ নাম কি? কাব্যখন কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰঃ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্যপুথিখনৰ নাম হ'ল- 


৬। ‘জোনাকী’ কাকত কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ  ‘জোনাকী’ কাকত ১৮৮৯ চনত প্ৰকাশিত হৈছিল।


৭। ‘কবিতা’ নামৰ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ‘কবিতা’ নামৰ কবিতাটোৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা।


৮। ‘কবিতা’ (‘কদমকলি' পুথিত থকা) নামৰ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ


 ৯। ‘কবিতা’ (‘কদমকলি’ত থকা) নামৰ কবিতাটোৰ এটি বৈশিষ্ট্যমূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ


১০। বেজবৰুৱাৰ 'কবিতা' (‘পদুমকলি' পুথিত থকা) নামৰ কবিতাটিৰ মূল ভাৱ লিখা।

উত্তৰঃ


১১। বেজবৰুৱাৰ 'কবিতা' (‘পদুমকলি' পুথিত থকা) নামৰ কবিতাটোৰ এটি বৈশিষ্ট্যমূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ


১২। 'মালতী' কবিতাৰ বিষয়বস্তু সম্পর্কে লিখা।

উত্তৰঃ


 ১৩। 'মালতী’ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ


১৪। 'মালতী’ কবিতাত ৰোমাণ্টিকতাৰ কোনবোৰ গুণ-বৈশিষ্ট্য প্রকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ


১৫। 'বীণবৰাগী’ (১ম তৰংগ) কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ


১৬। 'বীণবৰাগী' (১ম তৰংগ) কবিতাটির বৈশিষ্ট্যমূলক আলোচনা যুগুত কৰা। 

উত্তৰঃ    


১৭। প্রসঙ্গ-সংগতি দশাই ব্যাখ্যা কৰা :

(ক) শোকৰ সংগীত সিটি, বিষাদৰ সুৰ, 

আতুবৰ হুমুনিয়া লোতক চকুৰ।

বেজাৰৰ কলা দেখা তৃষ্ণা ভূষিতৰ, 

বিধবাৰ বুকু ফটা যতনা কাতৰ।

উত্তৰঃ


(খ) উলটি নাহিল                            বাতৰিটি লই

                            কিনো বিপৰীত হায়,

    চুলিকোছা বুলি                            ভ্ৰমত পৰিলা

                        ক'লা মেঘে ওন্দোলায়।

উত্তৰঃ


(গ) কি দুখৰ কথা

       কি শোক বাৰতা

                        কি কৈছ নুবুজোঁ মই।

উত্তৰঃ


১৮। লক্ষ্মীনাথ বেজবৰুৱাৰ কাব্যকৃতি সম্পর্কে লিখা।

উত্তৰঃ


১৯। “বেজবৰুৱাৰ কবিতাত ৰোমাণ্টিকতা'- এই শিতানত এটি আলোচনা যুগুত কৰা।

উত্তৰঃ


২০। ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য সম্পর্কে এটি নিবন্ধ যুগুত কৰা।

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Question Type- Bikash Bora 



Post ID :DABP003608