অধ্য়ায়-১০
মধ্য়যুগৰ অসম
👉Free Online Exam Click Here
👉Download Books PDF
👉Click Here YouTube Video
১। উত্তৰ লিখা-
(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?
উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।
(খ) চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল?
উত্তৰঃ চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোঁহাই আৰু বৰগোঁহাই।
(গ) মূলাগাভৰু কোন আছিল?
উত্তৰঃ মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। স্বামীৰ হত্য়াৰ প্ৰতিশোধ ল'বলৈ তুবৰ্কৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল।
(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।
(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য় আক্ৰমণ কৰিছিল?
উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম আক্ৰমণ কৰিছিল।
(চ) চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰঃ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ।
Answer: Chinmay Kakati
Spelling Check By- Mukesh Borah