অধ্য়ায়-১৫

পাচলি আৰু ফল


১। তলত দিয়াবিলাক পাচলী নে ফল তালিকাখন লিখাঁ। 

তৰমুজ, কোমোৰা, ওলকবি, বিট, পটল, জিকা, অমৰা, কাচকল, আঙুৰ, লেটেকু, আপেল, জলফাই, নাচপতি, মটৰ, ভাতকেৰেলা, মাটিকঁঠাল। 

 

পাচলি

 

ফল

কোমোৰা

আঙুৰ

ওলকবি

লেটেকু

বিট

আপেল

পটল

জলফাই

জিকা

নাচপতি

ভাতকেৰেলা

তৰমুজ

কাচকল

অমৰা

মটৰ

মাটিকঁঠাল


২। হয় নে নহয়? শুদ্ধটোৰ ওপৰত  চিন দিয়াঁ।

(ক) আলু মাটিৰ তলত হয়। হয়/নহয়  

(খ) লাউ, জিকা, ভাতকেৰেলা আদিৰ গছ লতা। হয়/নহয়

(গ) জিকা জাৰকালি হোৱা পাচলি। হয়/নহয়

(ঘ) বিলাহীৰ গুটি বহুত। হয়/নহয় 

(ঙ) গাজৰ মাটিৰ ওপৰত হয়। হয়/নহয়

(চ) বেঙেনা গছ কাঁইটীয়া। হয়/নহয়


৩। তলত কিছুমান ফলৰ নাম ওলট-পালটকৈ দিয়া আছে। সঠিককৈ লিখাঁ। 

(ক) লকঁঠা            কঁঠাল

(খ) লিমডা           ডালিম

(গ) টেলেকু         লেটেকু 

(ঘ) য়লপনি         পনিয়ল

(ঙ) লচআট        আটলচ 

(চ) কলনাৰি        নাৰিকল

(ছ) ৰিবগ            বগৰি 

(জ) লখিআম    আমলখি 

(ঝ) মঅৰা         অমৰা 

(ঞ) পতিনাচ    নাচপতি

(ট) ৰীধুম          মধুৰী

(ঠ) খেৰজু        খেজুৰ 


৪। তলৰ বাকচটোত কিছুমান পাচলিৰ নাম লুকাই আছে। বিচাৰি উলিওৱাঁ। (দুটা কৰি দিয়া হৈছে)

বি

লু

জি

বে

ঙে

না

কে

বি

কা

গা

ৰে

লা

ঙা

লা

লা

হী


৫। খালী ঠাই পূৰ কৰাঁ। 

(ক) অমিতা, কঁঠাল আৰু আম কেচাঁ হৈ থাকিলে পাচলী আৰু  পকিলে ফল হৈ পৰে। 
(খ) সুমথিৰাৰ ৰং   কমলা              
(গ) জামুৰ ৰং      কলা            



Author- Bikash Bora 

check by - Mukesh Borah