দ্বিতীয় গোট
অসমৰ শিলালিপি : পৰিচয়মূলক অধ্য়য়ন- সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি, ভূতি বৰ্মাৰ বৰঙ্গা লিপি, হৰ্জৰ বৰ্মাৰ তেজপুৰ লিপি, কানাই বৰশীবোৱা লিপি, সমুদ্ৰপালৰ আমবাৰী লিপি গছতলৰ লিপি
১। পঞ্চম শতিকাৰ পৰা চতুর্দশ শতিকালৈ অসমৰ শিলালিপিসমূহৰ এটি পৰিচয় দাঙি ধৰা।
উত্তৰঃ
২। চমু টোকা লিখা :
(ক) সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি
উত্তৰঃ
(খ) ভুতি বৰ্মাৰ বৰগংগা লিপি
উত্তৰঃ
(গ) হৰ্জৰ বৰ্মাৰ তেজপুৰ লিপি
উত্তৰঃ
(ঘ) কানাই বৰশী বোৱা শিলালিপি
উত্তৰঃ
(ঙ) সমুদ্র পালৰ আমবাৰী লিপি
উত্তৰঃ
(চ) গছতলৰ লিপি বা গছতলৰ স্তম্ভ লিপি।
উত্তৰঃ
৩। সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি কোন শতিকাৰ?
উত্তৰঃ
৪। এই শিলালিপিখনত কেইটা শাৰী আছে? শাৰীকেইটা কি কি?
উত্তৰঃ
৫। উমাচল কোন পাহাৰত অৱস্থিত?
উত্তৰঃ
৬। উমাচল শিলালিপিখনৰ মুঠ অক্ষৰৰ সংখ্যা কিমান?
উত্তৰঃ
৭। বৰগংগা নৈখন কোন জিলাত অৱস্থিত?
উত্তৰঃ
৮। বৰগংগা লিপিখন কোনে প্ৰথমতে সদৰী কৰে?
উত্তৰঃ
৯। ভূতিবর্মা কোন বংশীয় ৰজা?
উত্তৰঃ
১০। ভূতি বৰ্মাৰ বৰগংগা লিপিত থকা পাঠসমূহ কেইটা শাৰীৰ আৰু কি কি?
উত্তৰঃ
১১। হৰ্জৰ বৰ্মাৰ শৈললিপিখন কোন শতাব্দীৰ?
উত্তৰঃ
১২। এই লিপিখন ক’ত উদ্ধাৰ কৰা হয়? ইয়াত কিমান শাৰী পাঠ আছে?
উত্তৰঃ
১৩। কোন চাহাবে এই লিপিখন জাৰ্মানীৰ গৱেষণা-পত্ৰত টোকা ৰূপত প্ৰকাশ কৰিছিল?
উত্তৰঃ
১৪। মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ইংৰাজী অনুবাদ কৰি এই লিপিৰ পাঠ কোন জার্নেলত প্ৰকাশ কৰিছিল ?
উত্তৰঃ
১৫। সম্পূর্ণ অসমীয়া আখৰত লিখা বৰ্তমানলৈকে আৱিষ্কৃত প্ৰথম অসমীয়া ফলি কি? কেতিয়া উদ্ধাৰ কৰা হয়?
উত্তৰঃ
১৬। দুগৰাকী প্ৰত্নতত্ত্ববিদৰ নাম লিখা।
উত্তৰঃ
১৭। কানাই বৰশী বোৱা লিপিৰ কথা কোনে প্ৰথমতে সদৰী কৰে?
উত্তৰঃ
১৮। এই ফলিখন সম্পর্কে কোনে ক’ত ক’ত উল্লেখ কৰিছিল ?
উত্তৰঃ
১৯। পদ্মনাথ ভট্টাচার্যই ক’ত প্রবন্ধ লিখিছিল?
উত্তৰঃ
২০। 'ৰং মহল’ প্ৰবন্ধ কোনে লিখিছিল?
উত্তৰঃ
২১। ড° মহেশ্বৰ নেওগে কোন পুথিত কানাই বৰশী বোৱা লিপি সম্পর্কে বহলভাৱে আলোচনা কৰিছিল?
উত্তৰঃ
২২। কোন ঠাইত এই শিলালিপিখন পোৱা গৈছিল?
উত্তৰঃ
২৩। কানাই বৰশী বোৱা শিলালিপিৰ মূল পাঠত কি উল্লেখ আছে?
উত্তৰঃ
২৪। সমুদ্র পালৰ আমবাৰী শিলালিপি কোন সময়ৰ? কোন ঠাইত ফলিখন উদ্ধাৰ কৰা হয় ?
উত্তৰঃ
২৫। বর্তমান এই লিপিখন ক’ত সংৰক্ষিত হৈ আছে?
উত্তৰঃ
২৬। কোনে ইয়াৰ পাঠোদ্ধাৰ কৰিছিল ?
উত্তৰঃ
২৭। ফলিখনত মুঠতে কেইটা শাৰী আছে? কি কি?
উত্তৰঃ
২৮। গছতল স্তম্ভলিপি কোন খ্ৰীঃৰ?
উত্তৰঃ
২৯। কোনে এই লিপিখন উদ্ধাৰ কৰিছিল?
উত্তৰঃ
৩০। কোন ঠাইৰ পৰা এই লিপিখন উদ্ধাৰ কৰা হয়?
উত্তৰঃ
৩১। এই স্তম্ভলিপিখনৰ ভাষা কি? ইয়াত কাৰ কথা কোৱা আছে?
উত্তৰঃ
৩২। স্তম্ভলিপিখনৰ ভাষা প্ৰকৃততে সংস্কৃত আছিল নে?
উত্তৰঃ
৩৩। স্তম্ভ লিপিখনৰ পাঠ আৰু ইংৰাজী অনুবাদ ক’ত অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰঃ
৩৪। "Early History of Kamrupa" গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ
৩৫। লিপি বুলিলে কি বুজা?
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Question Type- Bikash Bora