Chapter: 2
বৰগীত
১। সৰ্বমুঠ গিতৰ সংখ্যা
উত্তৰঃ ১৯১ টা
২। শংকৰদেৱৰ ৰচিত গিতবোৰ কি সূচক
উত্তঃ প্ৰাৰ্থনা সূচক
৩। বৰ্তমান সময়ত কীৰ্ত্তম ঘোষাত কিমান টা খণ্ড পোৱা যায়
উত্তৰঃ ২৯টা খণ্ড
৪। উত্তৰ ভাৰতত কি প্ৰধান
উত্তৰঃ হিন্দী প্ৰধান
৫। সুন্দৰ দীঘল হস্ত কিমান টা আঠুলৈ পৰিছে,
উত্তৰঃ চাৰিখন
৬। কাৰ নাম অবিহনে জগতত কাৰো মুক্তি নাই
উত্তৰঃ ৰাম নাম
৭। নন্দ-যশোদাৰ কি ভাগ্য
উত্তৰঃ মহা ভাগ্য
৮। কৃষ্ণ ভক্তিৰ প্ৰতি আকৃষ্ট কৰাই শংকৰী সাহিত্যৰ প্ৰধান কি আছিল
উত্তৰঃ লক্ষ্য আছিল
৯। স্বাধীনতা আন্দোলনত যথেষ্ট সহায় কিহে কৰিছিল
উত্তৰঃ নানা গীত-পদ আদি
১০। অসমীয়া কবিতাৰ চন্দ্ৰ কোন
উত্তৰঃ মহেন্দ্ৰ বৰা
১১। অসমীয়া সাহিত্যৰ আলোকৰেখা কোন
উত্তৰঃ নবীন চন্দ্ৰ শৰ্মা
১২। বৰগীতৰ ভাৱ আৰু মমাৰ্থৰ লগত সংগতি ৰাখিয়ে কি ব্যৱহাৰ কৰিছিল
উত্তৰঃ ছন্দৰ ব্যৱহাৰ কৰিছিল
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ
১। বৰগীতৰ প্ৰতি অসমীয়া সমাজ যথেষ্ট কি?
উত্তৰঃ সচেতন।
২। গাতিকে গীত শব্দৰ আগত শ্ৰেষ্ট কি লগাই বৰগীত কৰা হয়?
উত্তৰঃ 'বৰ' লগাই বৰগীত কৰা হয়।
৩। গুৰু আৰু শিষ্য়ৰ গীতৰ সংখ্য়া লগ লাগি সৰ্বমুঠ গীতৰ সংখ্য়া কিমান টা?
উত্তৰঃ ১৯১ টা।
৪। মানৱ জীৱন দুষ্প্ৰাপ্য় অথবা ক্ষণভংগৰ আৰু কি?
উত্তৰঃ মায়াময়।
৫। বৰগীতৰ ভাষা ব্ৰজাৱলী বা কি বুলি কোৱা হয়?
উত্তৰঃ ব্ৰজবুলি কোৱা হয়।
৬। উত্তৰ ভাৰতৰ ধ্ৰ্ূপদ গীতৰ সুৰৰৰ দৰে অসমৰ বৰগীতৰ সুৰ অতি কি?
উত্তৰঃ অতি উচ্চ।
৭। নবিধ ৰসসমূহৰ ভিতৰত বৰগীত কি প্ৰধান?
উত্তৰঃ শান্তৰস প্ৰধান।
৮। শংকৰ-মাধৱ বৰগীতবোৰৰ প্ৰায়ভাগেই পয়াৰ আৰু কি?
উত্তৰঃ দ্ৰিপদী ছন্দত ৰচিত।
৯। অলংকাৰ মান দেহৰ কি?
উত্তৰঃ ভূষণস্বৰূপ।
১০। ছন্দ কাব্য়ৰ শৰীৰৰ কি?
উত্তৰঃ আত্মা।
১১। আকৰ্ষণীয় শক্তিৰ দৰে পাঠক কবিতা বা ভক্ত সমাজৰ ওপৰত কি কৰিব পাৰিছে?
উত্তৰঃ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে।
১২। পুৰণি অসমীয়াত মাত্ৰাছন্দ গীত বা কি পোৱা যায়?
উত্তৰঃ ভটিমাত পোৱা যায়।
১৩। সংগীত কলা চৌষষ্ঠি কলাৰ কি কলা?
উত্তৰঃ অন্য়তম কলা।
১৪। হে নাৰায়ণ মই তোমাক কেনেকৈ কি কৰো?
উত্তৰঃ ভক্তি কৰো।
১৫। ১৪৩৮ শকৰ পৰা কিমান শকলৈ গুৰুজনাই অসম (আহোম) ৰাজ্য়ত অতিবাহিত কৰিছিল?
উত্তৰঃ ১৪৩৮ শকৰ পৰা ১৪৬৫ শকৰলৈ।
১৬। কীৰ্ত্তন পুথি ভাগৱতৰ কি সদৃশ?
উত্তৰঃ নৱলীন সদৃশ।
১৭। হে ৰাম, প্ৰভূ দামোদৰ হৰি তোমাৰ সেৱকে কি কৰিছো?
উত্তৰঃ কাতৰ কৰিছো।
১৮। বনৰ বিতোপনটো কাৰো লগত কি নাই?
উত্তৰঃ তুলনা নাই।
১৯। সাগৰৰ দৰে এক কি আছে?
উত্তৰঃ সৰোবৰ আছে।
২০। শাপমুক্ত হৈ দিব্য়ৰূপ ধাৰণ কৰি কলৈ গমন কৰিলে?
উত্তৰঃ স্বৰ্গলৈ গমন কৰিলে।
২১। সদায়ে কৃষ্ণ বা হৰিৰ চৰণত পৰি কি বোলা উচিত?
উত্তৰঃ হৰি হৰি বোলা উচিত।
২২। শ্ৰীকৃষ্ণৰ শিশুকালৰ জীৱনৰ কি পোৱা যায়?
উত্তৰঃ আভাস পোৱা যায়।
২৩। সুখেৰে বৈকুণ্ঠ যাবৰ হ'লে সদায় কি বোলিব লাগিব?
উত্তৰঃ হৰি হৰি বোলিব লাগিব।
২৪। যশোদাই কৃষ্ণক বান্ধি থবলৈ কি কৰিলে?
উত্তৰঃ মন কৰিলে।
২৫। যোগীসকলে যাক ধ্য়ান কৰিও নাপায়, সেই কোন ভয়তে পলাইছে?
উত্তৰঃ ভগৱান ভয়তে পলাইছে।
২৬। দুষ্ট অঘাসুৰে সাপৰ ৰূপ ধৰি কি ভেটিলে?
উত্তৰঃ বাট ভেটিলে।
২৭। মূল পুৰাণত কাহিনীৰ পাতনি তৰা হৈছে কি কথাৰে?
উত্তৰঃ মৃগয়াৰ কথাৰে।
২৮। শংকৰদেৱে কিমান চনলৈ বাৰভূঞা ৰাজ্য়ত কটাইছিল?
উত্তৰঃ ১৪৩৮ চনলৈ।
২৯। কবিতা আৰু সংগীতৰ কি একেটাই?
উত্তৰঃ উৎস একেইটা।
৩০। মাত্ৰা লঘু পৰিণত নহয় ছন্দৰ প্ৰয়োজনত কি লঘুহে হয়?
উত্তৰঃ গুৰু লঘুহে হয়।