দ্বিতীয় গোট 

সুৰভি 


১। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম হল- দীননাথ বেজবৰুৱা।


২। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃয়ে কি চাকৰি কৰিছিল ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃয়ে মুন্সিফ পদত চাকৰি কৰিছিল।


৩। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ চনত হৈছিল।

 

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ শিশুকালছোৱাৰ তত্ত্বাৱধায়ক কোন আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শিশুকালছোৱাৰ তত্ত্বাৱধায়ক আছিল- ৰবিনাথ মাজুদলৰ বৰুৱা।


৫। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বেজবৰুৱাই ক’ত নাম ভৰ্তি কৰিছিল ?

উত্তৰঃ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বেজবৰুৱাই ৰিপণ কলেজত নাম ভৰ্তি কৰিছিল।


৬। ‘অ. ভা. উ.সা.’ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ ‘অ. ভা. উ.সা.’ৰ সম্পূৰ্ণ নামটো হল- অসমীয়া ভাষা উন্নতি সাধিনী সভা।


৭। বেজবৰুৱাই ক’ত আৰু কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰঃ বেজবৰুৱাই গুৱাহাটীত আৰু ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।


৮। বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হল- কদমকলি।


৯। ‘সুৰভি' নামৰ গল্পসংকলনখন কোন চনত প্ৰকাশিত হয়? 

উত্তৰঃ ‘সুৰভি' নামৰ গল্পসংকলনখন ১৯১২ চনত প্ৰকাশিত হয়।


১০। বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰঃ বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটক হল- লিতিকাই আৰু প্ৰহসন।


১১। বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে কি কি ৰচনা কৰিছিল? 

উত্তৰঃ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি। লগতে জীৱনী আৰু তত্ত্বমূলক ৰচনা হিচাপে মোৰ জীৱন সোঁৱৰণ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু তত্ত্বকথা, শ্ৰীকৃষ্ণকথা, চৈতন্যদেৱ আদি ৰছনা কৰিছিল।


১২। বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি আৰু কোন চনত প্ৰকাশিত হয়?

উত্তৰঃ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল পদুম কুঁৱৰী আৰু ১৯৫০ চনত প্ৰকাশিত হয়।


১৩। বেজবৰুৱাৰ সাধুকথাৰ সংকলন কেইটিৰ নাম লিখা। 

উত্তৰঃ বেজবৰুৱাৰ সাধুকথাৰ সংকলন কেইটিৰ নাম হল- বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি লৰা, জুনুকা।

১৪। বেজবৰুৱাৰ প্ৰথম চুটিগল্প কোনটো?

উত্তৰঃ বেজবৰুৱাৰ প্ৰথম চুটিগল্পটো হল- সেউটিৰ


১৫। সাধু কথা আৰু চুটিগল্পৰ মাজত থকা এটি পার্থক্য লিখা। 

উত্তৰঃ 


১৬। ‘সুৰভি’ সংকলনটিত মুঠ কেইটি গল্প সন্নিবিষ্ট হৈছে?

উত্তৰঃ ‘সুৰভি’ সংকলনটিত মুঠ ১২ টি গল্প সন্নিবিষ্ট হৈছে ।


১৭। মলকগুইন গুইন, ভোকেন্দ্ৰ বৰুৱা কি শ্ৰেণীৰ চুটিগল্প ? 

উত্তৰঃ


১৮। বেজবৰুৱাৰ ‘লাওখোলা' গল্পটি কাৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ বেজবৰুৱাৰ 'লাওখোলা' গল্পটি ৰবীন্দ্ৰনাথৰ 'কংকাল' গল্পৰ সৈতে তুলনা কৰিব পাৰিবা সাদৃশ্য দেখুৱাব পাৰি।

১৯। “লাওখোলা’ গল্পটিত লাওখোলা বুলি লেখকে কি বুজাব বিছাৰিছিল?

উত্তৰঃ “লাওখোলা’ গল্পটিত লাওখোলা বুলি   

 

২০। “স্বামী মৰি যোৱাৰ কথা শুনি মই পেটে পেটে সন্তোষ পালোঁ— কথাষাৰ কোনে কৈছে? 

উত্তৰঃ  “স্বামী মৰি যোৱাৰ কথা শুনি মই পেটে পেটে সন্তোষ পালোঁ— কথাষাৰ তিৰোতা গৰাকীয়ে কৈছে।


২১। জেঠাল কোন?

উত্তৰঃ জেঠাল হ'ল স্বামীৰ এজন ডাঙৰ ভায়েক।


২২। নলিনী কাৰ নাম?

উত্তৰঃ


২৩। বাগানবাড়ী ক’ত অৱস্থিত?

উত্তৰঃ


২৪। “তেওঁৰ পপীয়া চকু মোৰ ওপৰত পৰিছিল।” - ‘লাওখোলা” গল্পত এনেদৰে কাৰ চকু পৰাৰ কথা কোৱা হৈছে?

উত্তৰঃ


২৫। – “পাপীৰ হাতত প্ৰাণ যোৱাৰ দিনৰে পৰা আজিলৈকে মই এই পুখুৰীতে পৰি আছিলো। ‘লাওখোলা'ত এনেদৰে কোনে কাৰ আগত কৈছে?

উত্তৰঃ


২৬। – “তোমালোকলৈ হ'লে সেই বাট একেবাৰেই ৰাজ আলি” – ইয়াত ‘ৰাজআলি’ বুলি কাক বুজাইছে?

উত্তৰঃ


২৭। ‘লাওখোলা’ গল্পটিৰ অন্যান্য চৰিত্ৰকেইটা কি কি?

উত্তৰঃ


২৮। 'বাপিৰাম’ ৰ আচল ঘৰ ক’ত?

উত্তৰঃ 'বাপিৰাম’ ৰ আচল ঘৰ চাওখাটত আছিল। 


২৯। তিলকাৰ দেউতাকৰ নাম কি?

উত্তৰঃ তিলকাৰ দেউতাকৰ নাম হ'ল - সিধাই খাটনিয়াৰ।


৩০। খুৰীয়েকে তিলকাৰ বাবে কি কৰিছিল? 

উত্তৰঃ


৩১। বাগিছাৰ চাহাবজনৰ নাম কি?

উত্তৰঃ বাগিছাৰ চাহাবজনৰ নাম হ'ল- মিষ্টাৰ স্কট।


৩২। বাপিৰামে কেইবছৰ জেইল খাবলগীয়া হৈছিল?

উত্তৰঃ


৩৩। গল্পটিৰ পটভূমি কি? 

উত্তৰঃ


৩৪। সিধাই খাটনিয়াৰ কোন মৌজাৰ লোক?

উত্তৰঃ সিধাই খাটনিয়াৰ জোঁকতলী মৌজাৰ লোক।


৩৫। তেওঁৰ ঘৰত কোন কোন আছিল ?

উত্তৰঃ


৩৬। ভূধৰে কাৰ তলত কি চাকৰি কৰিছিল?

উত্তৰঃ ভূধৰে চাৰ বাগিচাৰ চাহাব  মিষ্টাৰ স্কট চাহাবৰ তলত চাকৰি কৰিছিল।


৩৭। স্কট চাহাব কোনখন বাগিছাৰ বৰচাহাব?

উত্তৰঃ স্কট চাহাব অসমীয়া কোম্পানীৰ দীঘলিটিং  বাগিছাৰ বৰচাহাব আছিল।


৩৮। ''.....তোমাক হামি গুলি কৰিবে…” কোনে কাক কৈছিল? 

উত্তৰঃ ''.....তোমাক হামি গুলি কৰিবে…” মিষ্টাৰ স্কটে, ভূধৰক কৈছিল।


৩৯। ''...তই লগুৱা মানুহ লগুৱাৰ দৰেই থাক…..” কাক লগুৱা বুলি কৈছে? 

উত্তৰঃ ''...তই লগুৱা মানুহ লগুৱাৰ দৰেই থাক…..” বাপিৰামৰ লগুৱা বুলি কৈছে।


৪০। বাপিৰামৰ চৰিত্ৰটি বেজবৰুৱাই ক’ৰ পৰা অনা বুলি কোৱা হৈছে? 

উত্তৰঃ বাপিৰামৰ চৰিত্ৰটি বেজবৰুৱাই ঘৰৰ লগুৱাৰ পৰা অনা বুলি কোৱা হৈছে।


৪১। গল্পটিত প্ৰতিবাদৰ সুৰ স্পষ্ট; কোনে প্রতিবাদ কৰিছে আৰু কাৰ ওচৰত?

উত্তৰঃ


৪২। জেলৰ পৰা ওলাই বাপিৰাম ক লৈ গ'ল?

উত্তৰঃ


৪৩। শেষত স্কট চাহাবৰ কি হ'ল?

উত্তৰঃ স্কট চাহাবে শেষত সাহসী বাপিৰামৰ হাতত মাৰ খাই বচাই নিজৰ দেশলৈ উঙতি গ'ল।


৪৪। মলক গুইন গুইনৰ আচল নাম কি?

উত্তৰঃমলক গুইন গুইনৰ আচল নাম হ'ল- মলখু।

৪৫। মলখুৰ দেউতাকৰ নাম কি?

উত্তৰঃ মলখুৰ দেউতাকৰ নাম হ'ল- 


৪৬। সমসাময়িক কোনখন সমাজৰ ছবি গল্পটিত দেখিবলৈ পোৱা গৈছে? 

উত্তৰঃ


৪৭। ''...হে পৃথিৱী মাতৃ ! তুমি দুফাল হোৱা, মই তোমাৰ গৰ্ভত সোমাওঁ” কোনে কৈছে?

উত্তৰঃ ''...হে পৃথিৱী মাতৃ ! তুমি দুফাল হোৱা, মই তোমাৰ গৰ্ভত সোমাওঁ”  দেউতাকে কৈছিল।


৪৮। “পুখুৰীৰ গেলা পানী হ'লে মই খাব নাই পাৰিম” কৈছে? কোনে কাক কৈছে?

উত্তৰঃ


৪৯। কোনে কাক বাঁহৰ কাটা চামুচ তৈয়াৰ কৰি দিবলগীয়া হৈছিল?

উত্তৰঃ খেতিয়ক ভায়েক পুনাৰামে ছাপৰাচী পুতেকৰ বাবে বাঁহৰ কাটা চামুচ তৈয়াৰ কৰি দিবলগীয়া হৈছিল।


৫০। মলখুৱে পঢ়িবলৈ ক'লৈ গৈছিল?

উত্তৰঃ মলখুৱে পঢ়িবলৈ কলিকতালৈ গৈছিল।


৫১। মলখুৱে চাপৰাছীৰ হতুৱাই কাক কিলাইছিল ?

উত্তৰঃ মলখুৱে চাপৰাছীৰ হতুৱাই 


৫২। মলখুৰ ভায়েকৰ নাম কি?

উত্তৰঃ মলখুৰ ভায়েকৰ নাম হ'ল পুনাৰাম।


৫৩। গল্পটিত বিদ্রুপৰ চোকা বাণ বৰ্ষণ কৰা বুলি ক’ব পাৰিনে?

উত্তৰঃ গল্পটিত বিদ্রুপৰ চোকা বাণ বৰ্ষণ কৰা


 ৫৪। গল্পটিৰ মুঠ চৰিত্ৰ কেইটা আৰু কি কি?

উত্তৰঃ গল্পটিৰ 


৫৫। শেষত মলখুৱে নিজৰ ভুল বুজি পাইছেনে?

উত্তৰঃ শেষত মলখুৱে নিজৰ ভুল বুজি


চমু প্ৰশ্নৰ উত্তৰ লিখা :

১। লক্ষ্মীনাথ বেজবৰুৱাৰ আধ্যাত্মিক তত্ব বিষয়ক ৰচনাসমূহৰ নাম লিখা।

উত্তৰঃ


 ২। বেজবৰুৱা যুগ বুলি কোনখিনি সময়ক বুজাইছে আৰু কিয় তেনেদৰে কোৱা হৈছে?

উত্তৰঃ


৩। বাণীকান্ত কাকতিয়ে বেজবৰুৱা সম্পৰ্কত আগবঢ়োৱা মন্তব্যটি লিখা। 

উত্তৰঃ


৪। বেজবৰুৱাৰ চুটিগল্প সংকলনকেইটিৰ নাম লিখা। 

উত্তৰঃ


৫। বেজবৰুৱাৰ গল্প ৰচনাৰ মূল উদ্দেশ্য কি আছিল? 

উত্তৰঃ


৬। বেজবৰুৱা প্ৰায়ভাগ গল্পক সাধুকথাধর্মী বুলি কিয় কোৱা হৈছে? এটি যুক্তি আগবঢ়োৱা।

উত্তৰঃ


৭। বেজবৰুৱাৰ গল্পৰ প্ৰকাশশৈলীৰ দুটি দিশ উনুকিওৱা।
উত্তৰঃ

৮। ‘লাওখোলা’ গল্পটিৰ বিষয়বস্তু কি?
উত্তৰঃ

৯। গল্পটিৰ কোনখিনিত সাধুকথা আৰু গল্পৰ সংমিশ্রণ ঘটিছে বুলি ভাবিব পাৰি? আঙুলিয়াই দিয়া ।
উত্তৰঃ

১০। গল্পটিত সমসাময়িক সমাজৰ চিত্ৰ ফুটি উঠাৰ দুটি উদাহৰণ দাঙি ধৰা। 
উত্তৰঃ

১১। ‘লাওখোলা’ গল্পটিত দুটি দিশ সমান্তৰালভাৱে গতি কৰিছে; কোন দুটা দিশৰ বিষয়ে কোৱা হৈছে?
উত্তৰঃ

১২। গল্পটিত বর্ণিত পৰিবেশৰ ছবিয়ে কিদৰে মনত চাপ বহুৱাব পাৰিছে?
উত্তৰঃ

১৩। ‘লাওখোলা’ গল্পটিৰ অলৌকিক বুলি ভবাই তোলা দৃশ্যৰ উদাহৰণ দাঙি কি ধৰা।
উত্তৰঃ

১৪। গল্পটিত সন্নিৱিষ্ট বক্তাৰ চৰিত্ৰটি চমুকৈ লিখা।
উত্তৰঃ

১৫। গল্পটিত সন্নিবিষ্ট জেঠাল চৰিত্ৰটি তোমাৰ ভাষাৰে লিখা।
উত্তৰঃ

১৬। ‘লাওখোলা’ গল্পটিৰ মূল চৰিত্ৰটিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ

১৭। ‘বাপিৰাম’ গল্পটিৰ মূল বিষয়বস্তু কি?
উত্তৰঃ

১৮। তিলকা কোন?
উত্তৰঃ

১৯। বাপিৰাম আৰু তিলকাৰ মাজত সম্পর্ক কি?
উত্তৰঃ

২০। বাপিৰামে কিদৰে প্ৰতিবাদ কৰিছে?
উত্তৰঃ

২১। তিলকাৰ বিষয়ে লিখা।
উত্তৰঃ

২২। সমাজজীৱনৰ কোনটো দিশ গল্পকাৰে ইয়াত ফুটাই তুলিছে?
উত্তৰঃ

২৩। ভূধৰে কি কাম কৰি গৰিহণাৰ পাত্ৰ হ’বলগীয়া হৈছে?
উত্তৰঃ

২৪। বাপিৰামৰ চৰিত্ৰটি চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ

২৫। শেষত বাপিৰামে তাৰ সমুখত উপস্থিত হোৱা সমস্যাটি কেনেদৰে সমাধান কৰিলে ?
উত্তৰঃ

২৬। ভূধৰে নিজৰ দোষ বুজি পোৱাৰ পাছত কি কৰিলে?
উত্তৰঃ

 ২৭। 'মলক গুইন গুইন’ নামটো ক'ৰ পৰা আহিল।
উত্তৰঃ

২৮। সমসাময়িক সমাজৰ কোনটো দিশৰ বিষয়ে গল্পকাৰে প্ৰতিফলিত কৰিব বিচাৰিছে?
উত্তৰঃ

২৯। গল্পটিৰ নামকৰণ সম্পৰ্কত মন্তব্য দিয়া। 
উত্তৰঃ

৩০। কেনেধৰণৰ জীৱন যাপন কৰিছিল ?
উত্তৰঃ

৩১। সাজতোলা কেনে চৰিত্ৰৰ মানুহ আছিল ?
উত্তৰঃ

৩২। ‘মলক গুইন গুইন’ গল্পটিৰ বিষয়বস্তু কি?
উত্তৰঃ

৩৩। গল্পটিৰ মূল চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ

ৰচনাধৰ্মী প্রশ্ন ঃ

১। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৃতি সম্পর্কে এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ

২। লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ সাহিত্যত প্ৰতিফলিত অসমীয়া সমাজৰ কি কি দিশৰ প্ৰতি লক্ষ্য ৰাখিছিল? উদাহৰণ দি আলোচনা কৰা।
উত্তৰঃ

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পক সাধুকথা আৰু গল্পৰ সংমিশ্ৰণ বুলি কিয় কোৱা হয়? তোমাৰ যুক্তি আগবঢ়োৱা ।
উত্তৰঃ

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাশৈলী সম্পৰ্কে এটি প্রবন্ধ প্ৰস্তুত কৰা। 
উত্তৰঃ

৫। “বেজবৰুৱাৰ হাস্যৰসাত্মক গল্পই পাঠকক বেছি আকৰ্ষিত কৰিছিল” - বোলা কথাষাৰ ‘মলক গুইন গুইন’ চুটিগল্পটিৰ আলমত আলোচনা কৰা।
উত্তৰঃ

৬। বেজবৰুৱাৰ ব্যঙ্গ্যাত্মক ৰচনাৰ মাজেৰে সংস্কাৰমূলক মনোভাৱ কিদৰে ব্যক্ত কৰিছে উদাহৰণ দি আলোচনা কৰা।
উত্তৰঃ

৭। বেজবৰুৱাৰ গল্পসমূহক আমি কেইটামান ভাগত বিভক্তি কৰি আলোচনা কৰিব পাৰো? এই ভাগসমূহৰ বিষয়ে আলোচনা কৰা । 
উত্তৰঃ

৮। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰঃ

৯। ‘লাওখোলা’ চুটিগল্পটিৰ এটি সাধাৰণ আলোচনা দাঙি ধৰা।
উত্তৰঃ

১০। ‘লাওখোলা’ গল্পটিৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে বহলাই আলোচনা কৰা৷
উত্তৰঃ

১১। 'লাওখোলা’ গল্পটিত নাৰী জীৱনৰ কোনটো দিশ ফুটাই তুলিছে? আলোচনা কৰা।
উত্তৰঃ

১২। ‘মলক গুইন গুইন’ চুটিগল্পটিৰ এটি সাধারণ আলোচনা আগবঢ়োৱা।
উত্তৰঃ

 ১৩। 'মলক গুইন গুইন’ চুটিগল্পৰ প্ৰধান চৰিত্ৰকেইটিক সামৰি এটি বিশ্লেষণাত্মক টোকা প্ৰস্তুত কৰা।
উত্তৰঃ

১৪। এই গল্পটিৰ মাজেৰে বেজবৰুৱাই কোনখন সমাজ প্রতিফলিত কৰিব বিচাৰিছে? উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰঃ

১৫। 'লাওখোলা' গল্পটিত অলৌকিক পৰিৱেশৰ মাজেৰে যিদৰে কাহিনীভাগ আগবঢ়াই নিছে সেয়া বাস্তৱতাৰ পৰা গল্পকাৰ আঁতৰি গৈছে বুলি ক’ব পৰা যায়নে? তোমাৰ যুক্তি আগবঢ়োৱা ।
উত্তৰঃ

১৬। ‘মলক গুইন গুইন’ গল্পটিত প্রতিফলিত সমসাময়িক সমাজখনৰ ছবি অংকন কৰা।
উত্তৰঃ

১৭। গল্পকাৰে সমসাময়িক সমাজখনৰ ফোপোলা ৰূপ সুন্দৰভাৱে এটি অশৰীৰী চৰিত্ৰৰ দ্বাৰা ব্যক্ত কৰাইছে। এইক্ষেত্ৰত ‘লাওখোলা’ নামকৰণত লেখক সম্পূৰ্ণভাৱে সফল বুলিব পাৰিনে? বিশ্লেষণ কৰা।
উত্তৰঃ

১৮। “পাপীৰ হাতত প্ৰাণ যোৱাৰ দিনাৰেপৰা আজিলৈকে মই এই পুখুৰীতে পৰি আছিলোঁ।’ — বুলি কোৱা লাওখোলাত সোমাই থকা অশৰীৰী নাৰী চৰিত্ৰটিৰ মৰ্মবেদনা গল্পকাৰে কি দৰে ব্যক্ত কৰিছে আলোচনা কৰা ।
উত্তৰঃ

১৯। 'বাপিৰাম’ চুটিগল্পটিৰ এটি সাধাৰণ আলোচনা আগবঢ়োৱা।
উত্তৰঃ

২০। “তুমি যি পাপ কাম কৰিবলৈ ওলাইছা, বাপিৰামৰ এই বুঢ়া গাত তোমাৰ ঘৰৰ চাউল খাই হোৱা এটাপা তেজ থাকে মানে সি হ’ব নোৱাৰে।” বাপিৰামে এইদৰে কিয় ক’ব লগীয়া হৈছে আৰু ইয়াৰ দ্বাৰা লেখকে সমাজৰ বাস্তৱ সত্যৰ বিৰুদ্ধে কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে? আলোচনা কৰা।
উত্তৰঃ

২১। চৰিত্ৰপ্ৰধান গল্প হিচাপে ‘বাপিৰাম’ গল্পটিৰ এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ


২২। বাপিৰাম’চুটিগল্পটিত প্ৰতিফলিত সমাজখনৰ বিষয়ে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা।

উত্তৰঃ


২৩। ‘বাপিৰাম’ গল্পৰ চৰিত্ৰসমূহৰ বিষয়ে বাখ্যাত্মক টোকা এটি প্ৰস্তুত কৰা।

উত্তৰঃ


চমুটোকাঃ

(ক) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ


(খ) চুটিগল্প

উত্তৰঃ


(গ) লাওখোলা

উত্তৰঃ


(ঘ) নলিনী

উত্তৰঃ


ঙ ‘লাওখোলা’ৰ পৰিবেশ চিত্ৰণ

উত্তৰঃ


(চ) বাপিৰাম

উত্তৰঃ


(ছ) স্কটচাহাব

উত্তৰঃ


(জ) ‘বাপিৰাম’ গল্পৰ সমসাময়িক সমাজ

উত্তৰঃ


(ঝ) তিলকা

উত্তৰঃ


(ঞ) মলক গুইন গুইন

উত্তৰঃ


(ট) সাজতোলা

উত্তৰঃ


(ঠ) মলক গুইন গুইন গল্পৰ হাস্যৰস

উত্তৰঃ


(ড) বেজবৰুৱাৰ গল্পৰ ভাষ্যশৈলী

উত্তৰঃ


(ঢ) বেজবৰুৱাৰ গল্পৰ প্ৰকাশভংগী

উত্তৰঃ


(ণ) গল্পবোৰত নাৰী চৰিত্ৰৰ প্ৰাধান্য

উত্তৰঃ


(ত) বেজবৰুৱাৰ গল্পত পৰিবেশচিত্ৰণ

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Question Type- Bikash Bora         

Answer By: Himashree Bora.    




Post ID : DABP003609