অধ্য়ায়-২১ 

যান-বাহন


◻হয় নে নহয় লিখাঁ। 

১। গাড়ী মাটিত চলা বাহন। হয়

২। আগৰ দিনত মানুহে চাইকেলত উঠি এঠাইৰপৰা আন ঠাইলৈ                 গৈছিল। নহয়

৩। উৰাজাহাজক হেলিকপ্টাৰ বোলে। হয়

৪। বৰফৰ দেশত কুকুৰে টনা গাড়ীত মানুহ যায়। হয়

৫। জোনবাইলৈ ৰকেটেৰে মানুহ গৈছে। ৰকেটো এবিধ বাহন। হয়

৬। ৰেলগাড়ী পানীত চলা বাহন। নহয়

৭। ঘোঁৰাগাড়ীক টাংগা বোলে। হয়

৮। মৰুভূমিত মানুহে শ্লেজগাড়ী চলায়। নহয়

৯। জাহাজ সাগৰত চলে। হয়

১০। জাহাজ আৰু উৰাজাহাজ একেই। নহয়


তুমি উঠিবলৈ পোৱা যান-বাহনৰ নাম লিখাঁ। 

(১)  টমটম

(২) ৰিক্সা

(৩) ৰেলগাড়ী

(৪) বাইক

(৫) স্কুটাৰ

(৬) বাছ


Author- Bikash Bora 

Check by - Mukesh Borah