তৃতীয় গোট 

আত্মজীৱনী 


১। অতি চমু প্ৰশ্ন :

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হল-মোৰ জীৱন সোঁৱৰণ।

(খ) ‘মোৰ জীৱন সোঁৱৰণ'ৰ প্ৰথম ভাগত কেইটা আধ্যা আছে? 

উত্তৰঃ ‘মোৰ জীৱন সোঁৱৰণ'ৰ প্ৰথম ভাগত আঠটা আধ্যা আছে।

(গ) লক্ষ্মীনাথ বেজবৰুৱাই জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম হল- আঁহতগুৰি।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম হল- দীননাথ বেজবৰুৱা।

(ঙ) ঢৌৰাম কাৰ ল’ৰা ?

উত্তৰঃ ঢৌৰাম আহিনীৰ ল’ৰা।

(চ) বেজবৰুৱাহঁতক তত্ত্বাৱধান কৰা ককাকজনৰ নাম কি?

উত্তৰঃ বেজবৰুৱাহঁতক তত্ত্বাৱধান কৰা ককাকজনৰ নাম হল- ৰবি।

(ছ) সিদ্ধেশ্বৰ সোণাৰিৰ ছোৱালীজনীৰ নাম কি?

উত্তৰঃ সিদ্ধেশ্বৰ সোণাৰিৰ ছোৱালীজনীৰ নাম হ'ল-

(জ) কমলাবাৰী সত্ৰ কোনজন আতাৰ থান?

উত্তৰঃ 

(ঞ) বুদুৰাম মুক্তিয়াৰ কোন?

উত্তৰঃ

(ট) পিয়ালী কাৰ জীয়ৰী ?

উত্তৰঃ পিয়ালী দীননাথ বেজবৰুৱা জীয়ৰী।

(ঠ) ‘আসাম নিউচ' কাকতৰ সম্পাদক কোন আছিল?

উত্তৰঃ ‘আসাম নিউচ' কাকতৰ সম্পাদক হেমচন্দ্ৰ বৰুৱাই আছিল।

(ড) গুণাভিৰাম বৰুৱাই উলিওৱা অসমীয়া মাহেকীয়া কাকতখনৰ নাম কি?

উত্তৰঃ গুণাভিৰাম বৰুৱাই উলিওৱা অসমীয়া মাহেকীয়া কাকতখনৰ নাম  হ'ল- 'আসাম বন্ধু'ও।  

(ঢ) লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

(ণ) গুণাভিৰাম বৰুৱাৰ পত্নীৰ নাম কি?

উত্তৰঃ গুণাভিৰাম বৰুৱাৰ পত্নীৰ নাম হ'ল - বিষ্ণুপ্ৰিয়া দেৱী।

(ত) ‘জোনাকী’ কাকত প্রথমে কোন চনত প্ৰকাশ হৈছিল?

উত্তৰঃ  ‘জোনাকী’ কাকত প্রথমে ১৮৮৯ চনত প্ৰকাশ হৈছিল।

(থ) লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম সাহিত্য-কৃতি কি?

উত্তৰঃ 

(দ) বেজবৰুৱাৰ পত্নীৰ নাম কি?

উত্তৰঃ বেজবৰুৱাৰ পত্নীৰ নাম হল- প্ৰজ্ঞা সুন্দৰী।


২। চমু প্রশ্নঃ

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত আঁহতগুৰি নামৰ ঠাইত জন্ম গ্ৰহণ কৰিছিল।


(খ) প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি আৰু ইয়াৰ কৰিব কোন?

উত্তৰঃ


(গ) আত্মজীৱনীখনত থকা বেজবৰুৱাৰ বৰপেটাৰ স্মৃতি কেইটা আৰু কি কি?
উত্তৰঃ

(ঘ) লক্ষ্মীনাথ বেজবৰুৱাৰ তেজপুৰৰ স্মৃতিকেইটা উল্লেখ কৰা।
উত্তৰঃ

(ঙ) ধনীৰ ভায়েক ককায়েক কেইজন আৰু তেওঁলোকৰ নাম কি?
উত্তৰঃ

(চ)‘ইন্দ্ৰৰ দোষত আশ্ৰম বিহাৰী অহল্যা সুন্দৰী পাষাণী হৈছিল আৰু মোৰ দোষত আমাৰ জলবিহাৰী নাও সুন্দৰী চালপীৰা হ’ল।— কোনে, কি প্ৰসংগত এনেদৰে কৈছিল?
উত্তৰঃ

(ছ) শৈশৱত লক্ষ্মীনাথ বেজবৰুৱাই খেলা খেল-ধেমালিৰ নাম উল্লেখ কৰা।
উত্তৰঃ

(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ সন্তান কেইটা আৰু তেওঁলোকৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সন্তান চাৰিটা আৰু তেওঁলোকৰ নাম হল- সুৰভি, অৰুণা,ৰত্না আৰু দীপিকা।

(ঝ) ‘ভ্ৰমৰংগ’ কি? ইয়াৰ লগত কোন কোন জড়িত?
উত্তৰঃ ‘ভ্ৰমৰংগ’ হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী।


(ঞ) ‘জোনাকীৰ ত্ৰিমূর্তি’ বুলিলে কাক কাক বুজা যায়?
উত্তৰঃ ‘জোনাকীৰ ত্ৰিমূর্তি’ বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক বুজা যায়। 

৩৷ ৰচনাধৰ্মী প্রশ্নঃ
(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিচয় দাঙি ধৰা
উত্তৰঃ

(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য-কৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ

(গ) ‘মোৰ জীৱন সোঁৱৰণ’ৰ প্ৰথম ভাগৰ বিষয়বস্তু বা কাহিনীভাগ লিখা।
উত্তৰঃ

(ঘ) ‘মোৰ জীৱন সোঁৱৰণ'ত সমকালীন সমাজ জীৱনৰ চিত্র কেনেদৰে প্ৰকাশিত হৈছে, আলোচনা কৰা।
উত্তৰঃ

(ঙ) ‘মোৰ জীৱন সোঁৱৰণ’ৰ ঐতিহাসিক মূল্য নিৰূপণ কৰি এটি প্রবন্ধ যুগুত কৰা।
উত্তৰঃ

(চ)‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যৰীতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ

(ছ) ‘মোৰ জীৱন সোঁৱৰণ'ৰ সাহিত্যিক সৌন্দর্য নিৰূপণ কৰি এটি প্ৰবন্ধ যুগুত কৰা।
উত্তৰঃ

(জ) ‘মোৰ জীৱন সোঁৱৰণ'ত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্বৰ পূৰ্ণ প্রতিফলন ঘটিছে’— এই কথাৰ আঁত ধৰি এটি আলোচনা যুগুত কৰা।
উত্তৰঃ

(ঝ) সাহিত্য-কৃতি হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ'ৰ বিষয়ে বিচাৰ কৰা ৷
উত্তৰঃ

(ঞ) গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাওঁতে লক্ষ্মীনাথ বেজবৰুৱাই লাভ কৰা অভিজ্ঞতাসমূহৰ বিষয়ে লিখা।
উত্তৰঃ

(ট) ‘মোৰ জীৱন সোঁৱৰণ'ৰ চৰিত্ৰ চিত্ৰণ সম্পর্কে আলোচনা কৰা৷ 
উত্তৰঃ

(ঠ) ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ চৰিত্ৰটো ‘মোৰ জীৱন সোঁৱৰণ’ত কেনেদৰে চিত্ৰিত হৈছে আলোচনা কৰা ।
উত্তৰঃ

৪। চমুটোকা লিখা :
(ক) ‘মোৰ জীৱন সোঁৱৰণ’ত বেজবৰুৱাৰ প্ৰকৃতিপ্ৰীতি। 
উত্তৰঃ

(খ) আত্মজীৱনীখনত প্ৰকাশিত বেজবৰুৱাৰ স্বদেশানুৰাগ।
উত্তৰঃ

(গ) হাস্যৰসিক লক্ষ্মীনাথ বেজবৰুৱা আৰু ‘মোৰ জীৱন সোঁৱৰণ।
উত্তৰঃ

(ঘ) আত্মজীৱনীখনত প্ৰকাশিত বেজবৰুৱাৰ কাব্যিকতা।
উত্তৰঃ

(ঙ) ‘মোৰ জীৱন সোঁৱৰণ’ৰ ভাষা-শৈলী। 
উত্তৰঃ

(চ) ‘জোনাকী’ কাকতৰ জন্ম কাহিনী।
উত্তৰঃ 

(ছ) লক্ষ্মীনাথ বেজবৰুৱাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতি ঐকান্তিকতা আৰু ‘মোৰ জীৱন সোঁৱৰণ'। 
উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Question Type- Bikash Bora 



Post ID : DABP003610