চতুৰ্থ গোট 

অসমীয়া হাতেলিখা পুথিৰ লিপি : গড়গঞা লিপি, বামুণীয়া লিপি, কাইথেলী লিপি; হাতেলিখা পুথিৰ লিখন কলা আৰু লেখন সামগ্ৰী 


১। মধ্যযুগৰ হাতেলিখা পুথিসমূহৰ লিপিক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ

২। 'Descriptive catalogue of Assamese Manuscripts' নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? এই গ্রন্থখন কোনে প্রকাশ কৰিছিল?

উত্তৰঃ

৩। বামুণীয়া লিপিৰ আখৰৰ লগত কাইথেলী লিপিৰ সাদৃশ্য আছেনে?

উত্তৰঃ

৪। বামুণীয়া লিপিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

৫। গড়গাঁৱক কেন্দ্ৰ কৰি গঢ়ি উঠা লিপিটোৰ নাম কি?

উত্তৰঃ

৬। ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখন কি লিপিত ৰচিত?

উত্তৰঃ

৭। কাইথেলী লিপিত ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ

৮। কাইথেলী লিপিৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ

৯। অসমত হাতেলিখা পুথিৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ

১০। ভাৰতবৰ্ষত লিখন কলাৰ পৰিচয় ক’ত পোৱা যায় ?

উত্তৰঃ

১১। কেইবিধমান লেখন সামগ্ৰীৰ নাম উল্লেখ কৰা।

উত্তৰঃ

১২। গছ-গছনিৰ পৰা প্ৰস্তুত কৰা লেখন সামগ্রী তিনিবিধৰ নাম লিখা।

উত্তৰঃ

১৩। ভূজগছ ক’ত পোৱা যায়?

উত্তৰঃ

১৪। সাঁচিগছৰ পৰা তৈয়াৰ কৰা লেখন সামগ্ৰীবিধৰ নাম কি?

উত্তৰঃ

১৫। 'চিয়াঁহী’ৰ অন্য নাম কি?

উত্তৰঃ

১৬। মহীচুঙা মানে কি?

উত্তৰঃ

১৭। চমু টোকা লিখা—

(ক) বামুণীয়া লিপি

উত্তৰঃ

(খ) গড়গঞা লিপি

উত্তৰঃ

(গ) কাইথেলী লিপি

উত্তৰঃ

(ঘ) লেখন সঁজুলি

উত্তৰঃ

১৮। হাতেলিখা পুথিত ব্যৱহাৰ কৰা লিপিসমূহৰ পৰিচয় দাঙি ধৰা।

উত্তৰঃ

১৯। লিখন কলা সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।

উত্তৰঃ

২০। লেখন সামগ্ৰীসমূহৰ চমু পৰিচয় দাঙি ধৰা৷

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Question Type- Bikash Bora