অধ্য়ায়-৯

চৰাই


◻ তলৰ খালী ঠাইবোৰ উপযুক্ত শব্দৰে পূৰাব। 


১। দহিকতৰা চৰাই পাখীৰ ৰং ক'লা  ।

২। শগুণ, ঈগল, চিলনী আদি মাংসাহাৰী চৰাই। 

৩। ম'ৰা চৰায়ে শস্য় খায়। 

৪। পানীত সাঁতুৰিব পৰা চৰাইৰ ঠেঙত পটা থাকে। 

৫।   পাৰ        চৰায়ে ৰুণ দিয়ে। 

৭। পেংগুইন চৰাই বৰফত থাকে। 

৮। ভাটৌ চৰাইৰ গাৰ ৰং সেউজীয়া। 


◻তলৰ খালী ঠাইবোৰ উপযুক্ত শব্দৰে পূৰাব। 

৯। ভাটৌ,মইনা আদি চৰায়ে শিকালে মানুহে কৰাৰ দৰে শব্দ কৰে। আমি মাত লোৱা বুলি কওঁ। 

১০। মাছৰোকা, বগলী আদিৰ প্ৰধান আহাৰ মাছ


১৩। ছবিত থকা কোনকেইতা চৰাই সহজেই ঘৰচীয়াকৈ পুহিব পাৰি?

উত্তৰঃ পাৰ, ভাটৌ, ৰাজহাঁহ। 

১৪। ছবিত থকা কোনকেইটা চৰাই আমি সাধাৰণতে ঘৰত থাকিয়েই দোখোঁ?

উত্তৰঃ পাৰ, ৰাজহাঁহ। 

১৫। ছবিত থকা কোনকেইটা চৰাই আমি সাধাৰণতে ইয়াত নেদেখোঁ?

উত্তৰঃ শগুণ, দহিকতৰা। 

১৬। পাঁচবিধ মাংসাহাৰী, পাঁচবিধ শস্য় খোৱা আৰু পাঁচবিধ পতংগ খোৱা চৰাইৰ নাম লিখাঁ।

উত্তৰঃ পাচঁবিধ মাংসাহাৰী চৰাই নাম হ'ল শগুণ, চিলনী, বৰটোকোলা,  পাঁচবিধ শস্য় খোৱা চৰাই নাম হ'ল ৰাজহাঁহ, পাটী হাঁহ, ভাটৌ পাঁচবিধ পতংগ খোৱা চৰাই নাম হ'ল  বুলবুলি।


Author- Bikash Bora 

Check by- Mukesh Borah