অধ্য়ায়-1

পৰিমেয় সংখ্য়া


অনুশীলনী-1 (B)

1.

a) এনে 5টা পৰিমেয় সংখ্য়া লিখা যিকেইটা -1 আৰু 0ৰ মাজত থাকে। 

Ans:-


b) ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্য়াকেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীতকেইটা লিখা। 

Ans:-


c) সংখ্য়াৰেখাত এই আটাইবিলাক পৰিমেয় সংখ্য়া স্থাপন কৰি দেখুৱাব পাৰিবানে? ইয়াৰে কেইটামান সংখ্য়াৰেখাত স্থাপন কৰা।

Ans:-


2. 9.5 আৰু 10ৰ মাজৰ তিনিটা পৰিমেয় সংখ্য়া নিৰ্ণয় কৰা। (এইকেইটাক আৰ্হিক ৰাখিবা)।

Ans:-


3. তলত দিয়া সংখ্য়াকেইটা সংখ্য়াৰেখাত স্থাপন কৰি দেখুওৱা।

Ans:-


4. ৰ মাজত থকা 20টা পৰিমেয় সংখ্য়া লিখা। 

Ans:-


5. হৰক 10 ৰ ঘাতলৈ নি তলৰ পৰিমেয় সংখ্য়াবিলাকক দশমিকত প্ৰকাশ কৰা

Ans:-


6. তলৰ কোনবোৰ সংখ্য়া পৰিমেয় নহয়

Ans:-


7. আকাৰত লিখা

Ans:-


8. তলৰ দশমিকবিলাকক  আৰ্হিলৈ নিয়া 

Ans:-


9. সত্য় নে অসত্য় লিখা

i) আৰ্হিত থকা পৰিমেয় সংখ্য়া এটাৰ হৰটোৰ যদি 2 বা 5 ৰ বাহিৰে অন্য় কোনো সংখ্য়া মৌলিক উৎপাদক হিচাপে নেথাকে তেন্তে এই পৰিমেয় সংখ্য়াটোক দশমিক প্ৰকাশ কৰোতে ই এটা সসীম দশমিক হ'ব।

Ans:-


ii) সংখ্য়া ৰেখাৰ প্ৰতিটো বিন্দুৰ বাবে একোটা পৰিমেয় সংখ্য়া আছে।

Ans:-


iii) প্ৰতিটো পৰিমেয় সংখ্য়াকেই সংখ্য়াৰেখাত একোটা পৰিমেয় সংখ্য়াকেই সংখ্য়াৰেখাত একোটা বিন্দুৰে নিৰ্দেশ কৰিব পাৰি।

Ans:-


iv) সংখ্য়া ৰেখাত এনেকুৱা অসংখ্য় বিন্দু আছে যিবিলাকক কোনো পৰিমেয় সংখ্য়াৰ দ্বাৰা সূচিত কৰিব নোৱাৰি। 

Ans:-


v) প্ৰতিটো ভগ্নাংশই পৰিমেয়।

Ans:-


vi) দুটা পৰিমেয় সংখ্য়াৰ পূৰণফল সদায় এটা অখণ্ড সংখ্য়া।

Ans:-


vii) ঋণাত্মক পৰিমেয় সংখ্য়া এটাৰ অনোন্য়ক সদায় এটা ধনাত্মক পৰিমেয়।

Ans:-


viii) যদি  আৰু ইহঁত দুয়োটাই পৰিমেয় (অৰ্থাৎ  আৰু  পৰিমেয়) তেন্তে ইহঁতৰ এটাক আনাটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়।

Ans:-


ix) পৰিমেয় সংখ্য়াৰ থুপটোৰ বাবে '0' ক যোগাত্মক অভেদ বা একক (Additive identity) বুলি কোৱা হয়।

Ans:-


x) পৰিমেয় সংখ্য়াৰ থুপটোৰ বাবে '1' ক গুণাত্মক অভেদ বা একক (Multiplicative identity) বুলি কোৱা হয়।

Ans:-




Type- Bikash Bora