What is desktop DIMM?
ডেস্কটপ ডিআইএমএম কি?
Answer: DIMM (ডিআইএমএম) Dual in-line memory module (ডুৱেল ইন-লাইন মেম'ৰী মডিউল) হৈছে এক প্ৰকাৰৰ কম্পিউটাৰ Memory (মেম'ৰী) যি স্থানীয়ভাৱে 64 Bit (বিট) হয়, যাৰ ফলত দ্ৰুত Data (ডাটা) স্থানান্তৰ সক্ষম হয়। DIMM (ডিআইএমএম)-এ 64-Bit Data (বিট ডাটা) পথ ব্যৱহাৰ কৰে, কিয়নো ব্যক্তিগত কম্পিউটাৰত ব্যৱহৃত Processor (প্ৰচেছৰ)ৰ প্ৰস্থ 64-Bit (বিট)। DIMM (ডিআইএমএম)বোৰ সাধাৰণতে Desktop PCs (ডেস্কটপ পিচি), Laptop (লেপটপ), Printer (প্ৰিণ্টাৰ) আৰু অন্যান্য Device (ডিভাইচ)ত ব্যৱহাৰ কৰা হয়।
Himadree Bora