What is memory of a computer?
কম্পিউটাৰ এটাৰ মেমৰি কি?
Answer: Electronic digital(ইলেক্ট্ৰনিক ডিজিটেল) কম্পিউটাৰত ব্যৱহাৰৰ বাবে অস্থায়ী বা স্থায়ী ভিত্তিত Data (ডাটা) বা Program (প্ৰ'গ্ৰাম) (নিৰ্দেশনাৰ ক্ৰম) সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা কম্পিউটাৰ Memory device (মেম'ৰী, ডিভাইচ)। কম্পিউটাৰবোৰে Binary code (বাইনাৰী কোড)ত তথ্য প্ৰতিনিধিত্ব কৰে, যাক 0 আৰু 1 ৰ ক্ৰম হিচাপে লিখা হয়।
Himadree Bora