What is primary and secondary memory?
প্ৰাথমিক আৰু গৌণ স্মৃতি কি?
Answer: প্ৰাথমিক Memory (মেম'ৰী) হৈছে কম্পিউটাৰটোৰ মুখ্য Memory (মেম'ৰী) যাক কেন্দ্ৰীয় Processing unit (প্ৰচেছিং ইউনিটে) পোনপটীয়াকৈ প্ৰৱেশ কৰিব পাৰে, আনহাতে গৌণ Memory (মেম'ৰী)য়ে বাহ্যিক Storage Device (ষ্ট'ৰেজ ডিভাইচ)ক বুজায় যাক স্থায়ীভাৱে Data (ডাটা) বা তথ্য সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
Himadree Bora