What is the use of F6?

 এফ 6-ৰ ব্যৱহাৰ কি?

Answer: F6 (এফ6) – বেছিভাগ Internet Browser (ইণ্টাৰনেট ব্ৰাউজাৰ)ত Cursor (কাৰ্চৰ)টো ঠিকনা দণ্ডিকালৈ স্থানান্তৰ কৰে।