Where is PROM used? 

প্ৰ'ম ক'ত ব্যৱহাৰ কৰা হয়?

Answer: স্থায়ী ডাটা সংৰক্ষণ কৰিবলৈ Digital electronic device (ডিজিটেল ইলেক্ট্ৰনিক ডিভাইচ)ত PROM (পি.আৰ.ও.এম.) ব্যৱহাৰ কৰা হয়, সাধাৰণতে নিম্ন স্তৰৰ Program (প্ৰ'গ্ৰাম) যেনে Firmware (ফাৰ্মৱেৰ) বা Microcode (মাইক্ৰ'কোড)। এক মানক ROM (ৰ'ম)ৰ পৰা মুখ্য পাৰ্থক্য টো হ'ল যে নিৰ্মাণৰ সময়ত Data (ডাটা)বোৰ ROM (ৰ'ম)ত লিখা হয়, আনহাতে PROM (প্ৰ'ম)ৰ সৈতে Data (ডাটা) নিৰ্মাণৰ পিছত সেইবোৰত Program (প্ৰগ্ৰাম) কৰা হয়।



Himadree Bora