Where is RAM located?
ৰেম ক'ত অৱস্থিত?
Answer: Motherboard.
ৰেম মাডাৰবোৰ্ডত অৱস্থিত।
Motherboard (মাডাৰবোৰ্ড) হৈছে এটা Printed circuit board (প্ৰিণ্টেড চাৰ্কিট বোৰ্ড) আৰু কম্পিউটাৰ এটাৰ ভেটি যি হৈছে কম্পিউটাৰ চেচিছৰ আটাইতকৈ ডাঙৰ বোৰ্ড। ই শক্তি আৱণ্টন কৰে আৰু CPU (চিপিইউ), RAM (ৰেম), আৰু আন সকলো কম্পিউটাৰ Hardware (হাৰ্ডৱেৰ) উপাদানলৈ আৰু মাজত যোগাযোগৰ অনুমতি দিয়ে।
Himadree Bora