Who invented CPU? 

কোনে চিপিইউ উদ্ভাৱন কৰিছিল?

Answer: Physicist Federico Faggin

ইটালীৰ পদাৰ্থবিজ্ঞানী Federico (ফেডেৰিকো) Faggin (ফাগিনে) প্ৰথম বাণিজ্যিক CPU (চিপিইউ) উদ্ভাৱন কৰিছিল। এইটো ১৯৭১ চনত Intel (ইণ্টেল)ৰ দ্বাৰা মুকলি কৰা Intel (ইণ্টেল) ৪০০৪ আছিল।